Breaking

Browsing Category

অসম

উচ্ছেদৰ বিৰোধীতাৰে মোৰাঝাৰত চিপিআইএমৰ প্ৰতিবাদ

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰেচি.পি.আই(এম) য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে হোজাইৰ মোৰাঝাৰতো চি.পি.আই(এম) পশ্চিম মোৰাঝাৰ আঞ্চলিক সমিতিয়ে মোৰাঝাৰ বজাৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে
Read More...

শ শ টোকোৰা চৰাইৰ বাহে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাৰীত

শ শ বিলুপ্তপ্ৰায় টোকোৰা চৰাইয়ে আশ্ৰয় লৈদৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাসগৃহৰ চৌহদত।ফলত বৰাৰ পৰিয়ালে শুনিবল লগা হৈছে কৃষকৰ গালি !কোনো লোকৰ পোহনীয়া হাঁহ,কুকুৰা চুবুৰীয়াৰ বাৰীত সোমাই অনিষ্ট কৰিলে সেই চুবুৰীয়াই
Read More...

চিকিৎসক,ফাৰ্মাচিছ,এম্বুলেন্স চালক আৰু চকীদাৰ নোহোৱাকৈ চলিছে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়,জহি-খহি…

সম্প্ৰতি চৌদিশে কভিড'ৰ জটিল পৰিস্থিতিৰ বাবে অব্যাহত আছে মিনি লক ডাউন আৰু সান্ধ্য আইন।ইয়াৰ ফলত ঢকুৱাখনাৰ বহু গ্ৰাম্যাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।ঢকুৱাখনা সমষ্টিৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৬০ খনৰো
Read More...

ৰংগেশ্বৰী পাম গাঁৱত বিধ্বস্ত পথত ভূই ৰুই মাছ ধৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৰংগেশ্বৰী পাম গাঁৱত আজি ৰাইজে পথত ভূই ৰুই মাছ ধৰি সভানেত্ৰী মাফুজা আহমেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।জানিব পৰা মতে, ২০২০-২১ বৰ্ষৰ অধীনত এম, জি এনৰেগাৰ জৰিয়তে ছমৰীয়া
Read More...

বিশ্বনাথৰ মাজুলীগড় চাহ বাগিছাত চিকিৎসকক আক্ৰমন বাগিছাৰ একাংশ দুস্কৃতিকাৰীৰ

হোজাইত চিকিৎসক আক্ৰমণ কৰা ঘটনা ঢৌ মাৰ নাযাওঁতেইএইবাৰ বিশ্বনাথত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল। বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত মাজুলীগড় চাহ বাগিচাত বুধবাৰে বিয়লি প্ৰায় ৫ মান বজাত বাগিচা খনৰ জ্যোষ্ঠ চিকিৎসক বসন্ত
Read More...

নগৰীয়া ভাৰতৰ সেউজীকৰণ আৰু ভৱিষ্যতৰ নগৰসমূহক ৰূপদান : হৰদ্বীপ এছ পুৰী

"প্ৰকৃতিক শান্তিত ৰখাটো হৈছে ২১ শতিকাৰ অতিপ্ৰয়োজনীয় কাম, সকলোৰে বাবে, সকলোতে ই অৱশ্যেই উচ্চ অগ্ৰাধিকাৰযোগ্যবিষয় হ’ব লাগে।" - ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধানএণ্টনিও গুটেৰেছ ১৯৭৪ চনৰ পৰা প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস
Read More...

ধুবুৰীত পুনৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক।

যি সময়তে সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰী সংক্ৰামণৰ সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে ধুবুৰী  চহৰৰ এ, এম, কো, ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীৰ ছিদ্দিক আলিৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ধুবুৰী
Read More...

পানীত পৰা লোকক উদ্ধাৰৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ : সৰ্থেবাৰীত ৩১ সাতোৰবিদক বিশেষ…

পানীত পৰা লোকক তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে স্থানীয় সুদক্ষ যুবকক বিশেষ প্ৰশিক্ষণেৰে প্ৰতিটো অঞ্চলতে একোটাকৈ দল গঠনৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা অভিনৱ ব্যৱস্থাৰ অংশ হিচাপে আজি সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ ৩১ জনক প্ৰশিক্ষণ
Read More...

গুৱাহাটীৰ উর্বশী–মেঘদূত–অপ্সৰা ছবিগৃহ বন্ধ

কা’, কৰ'ণাৰ লকডাউন আৰু সান্ধ্য আইনত বিধ্বস্ত হৈ পৰিল ছবিগৃহৰ ব্যৱসায়৷ ‘কা’ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাত চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত ৰাজ্যত লকডাউনৰ পূর্বৰে পৰা বন্ধ হৈ থকা বহু ছবিগৃহ এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷
Read More...

লাহৰীঘাটৰ দক্ষিণ ঔতলাবড়ী অংগনৱাড়ী কেন্দ্রত ব্যাপক দূৰ্নীতিৰ অভিযোগ অভিভাৱকৰ

মৰিগাঁও জিলাৰ  লাহৰিঘাটত অংঙ্গনবাদী কৰ্মীৰ ব্যাপক দূৰ্নীতি। অংঙ্গনবাদী কৰ্মীয়ে শিশু খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।কণ কণ শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি  খেদি পঠিয়াই শিশুসকলক।  মৰিগাঁও
Read More...