Breaking

Browsing Category

অসম

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : কাকপথাৰ উভতা গাঁৱত হেৰ’ইনসহ পাঁচ যুৱকক আটক

যোৱা ইংৰাজী ৩০ তাৰিখৰ দৈনন্দিন বাৰ্তাত "কাকপথাৰ, ডিৰাকত ড্ৰাগছ, কানি, মদৰ অবাধ বেহা::নীৰৱ-নিৰ্বিকাৰ আবকাৰী বিভাগ, আৰক্ষী" নামৰ এক শীৰ্ষক বাতৰিত তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ, বৃহত্তৰ ডিৰাক অঞ্চলত ব্যাপক হাৰত  বৃদ্ধি
Read More...

শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পূৰণ কৰা হ’ব ৩,২৮৭টা খালী পদ!

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সু-খবৰ দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাসে। সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'পঞ্চায়তআৰু গ্ৰামোন্নয়ন বিভাগত  ৩ হাজাৰ ২৮৭টা পদ খালী হৈ আছে। শীঘ্ৰে খালী পদ সমূহ পূৰণ কৰা
Read More...

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত দিলীপৰ নিৰ্দেশত আটক যতীন দাস ,ছিণ্ডিকেটৰে জড়িত আছিল সীমান্ত উপ-আৰক্ষী অধীক্ষকজন, বৰ্তমান ধুবুৰী সদৰ থানাত চলি আছে সোধা-পোছা | ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ
Read More...

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ক’ভিড…

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কোভিড প্ৰটোকল মানি অনুষ্ঠিত এক অনুষ্ঠানত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰি অহা প্ৰশংসনীয় কামৰ বাবে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামক বিশেষ ভাবে সন্মানিত কৰে
Read More...

পাণ্ডুৰ জয়মতী নগৰত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত পাণ্ডুৰ জয়মতী নগৰত যোৱানিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । জানিব পৰা মতে ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত অগ্নিকাণ্ডটোত সম্পূৰ্নৰূপে ভস্মীভূত হয় ১০ টাকৈ বাসগৃহ । প্ৰাপ্ত খবৰ মতে
Read More...

ধুবুৰী জিলাৰ গোসাঁইডুবী তিনডুবী গাওঁ পঞ্চায়তৰ পাৰ্কু পাইনৰ কামত ব্যাপক দুৰ্নীতি ৷ সাংবাদিকৰ কেমেৰাৰ…

 চৰকাৰে দিয়া বিৰসিং জৰুৱা ব্লকত মুঠ ১৯ কোটি ৩৫ লাখ টকা পাৰ্কু পাইনৰ আচনিঁৰ নামত ধন মুকলাই দিছে তাৰে ভিতৰত গোসাঁইডুবি তিনডুবী গাওঁ পঞ্চায়তত অন্তৰ্গত ১০ টা পাৰ্কুপাইনৰ কামৰ পৰিমান ১ কোটি তাৰে ভিতৰত মাত্ৰ ৪/৫ লাখ  টকাৰ কাম কৰিছে বুলি ৰাইজ
Read More...

দলগাওঁ শিয়ালমাৰী উন্নয়ন খন্ডৰ অন্তৰ্গত শ্যামপুৰ গাওঁ পঞ্চায়তত আচনিৰ নামত ব্যাপক দূৰ্নীতি : আচঁনিৰ…

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ
Read More...

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে হোজাই আৰক্ষীয়ে৷ হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰপুখুৰীৰ এখন শাক-পাচলিৰ দোকানৰ পৰা জব্দ কৰে গাঞ্জাখিনি৷ জব্দ কৰা গাঞ্জাখিনিৰ ওজন ২ কেজি ৬০০ গ্ৰাম৷ ঘটনা সংক্ৰান্তত হোজাই
Read More...

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি পুৱা ৫টা মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ NL-0N 4149 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। উল্লেখ্য যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল
Read More...

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰ

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰজমিৰ উদ্দিন তালুকদাৰ, ডবকা ৩১ মেঃ সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগচ, নিছাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত হোজাই আৰক্ষীয়েও চলাইছে ড্ৰাগচবিৰোধী অভিযান ৷ আজি হোজাই
Read More...