Breaking

Browsing Category

অসম

বৰপেটাৰ চতলাত কফ ছিৰাপ সহ নিচাজাতীয় টেবলেট উদ্ধাৰ।

ড্ৰাগচ্ মুক্ত অসম গঢ়িবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক সহযোগ কৰিছে বৰপেটাৰ চতলাৰ ৰাইজেও। নিচাজাতীয় দ্ৰব্য, ড্ৰাগচ্ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰিবৰপেটা জিলা প্ৰশাসনে আটক কৰিছে বহুকেইগৰাকী ড্ৰাগছৰ লগত জড়িতৰ অভিযুক্ত
Read More...

নামৰূপত আটক ড্ৰাগছ সেৱন কাৰী যুবকক

সমগ্ৰ দেশতে ড্ৰাগছ,বিৰোধী অভিযান চলি থকা সময়তে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নামৰূপত কালি নামৰূপ আৰক্ষীয়ে লালপাগুৰি ঘাটৰ পৰা তিনিজন ড্ৰাগছ সেৱন কাৰী যুবকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলাৰ কাৰাগাৰালৈ প্ৰেৰন কৰে। IPC 70/21 sec 270a NDPS ACT
Read More...

উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ও স্থানীয় বিধায়কলৈ আহ্বান মাৰ্ঘেৰিটা আঞ্চলিক…

সমগ্ৰ ৰাজ্যজুৰি আৱ্যাহত থকা ক'ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।তেখেতৰ নেতৃত্বতে অসমে উন্নতি শীখৰত আৰোহন
Read More...

অচিৰে বন বিভাগৰ ৩ হাজাৰ খালী পদত নিযুক্তি

এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷ এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ
Read More...

লাহৰীঘাটত পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যা কৰা স্বামী জিন্নত আলী ক জেললৈ প্ৰেৰণ

মৰিগাঁও  জিলাৰ লাহৰীঘাটত স্বামীয়ে  কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ  শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয়
Read More...

কেঞ্চাৰৰ কাৰক জনছন এণ্ড জনছন:ভৰিব লাগিব ১৪৫০০ কোটি টকাৰ ক্ষতিপূৰণ

ন্যায়ালয়ৰ নিৰ্দেশনা, জনছন এণ্ড জনছন কোম্পানীয়ে ভৰিব লাগিব ১৪৫০০ কোটি টকাৰ ক্ষতিপূৰণ। কিয়নো এই কোম্পানীটোৰ সামগ্ৰী ব্যৱহাৰৰ ফলত বহু কেইগৰাকী মহিলা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। যাৰ বাবেই এই বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ ভৰিব লাগিব কোম্পানীটোৱে।
Read More...

হাতত লাঠী লৈ চিকিৎসা কৰিছে এজন চিকিৎসকে: নিজেই হৈছে নিজৰ নিৰাপত্তাৰক্ষী

 ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ পিছতে এইদৰে দেখা গল এগৰাকী চিকিৎসকক।নিজেই নিজৰ নিৰাপত্তাৰক্ষী হৈ হাতত লাঠী লৈ চিকিৎসা কৰি গৈছে এইজন চিকিৎসকে।  ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত এচাম চাহ বাগিচাৰ উত্তপ্ত লোকে ৰোগীৰ মৃত্যুৰ কাৰণ
Read More...

গৌতম গম্ভীৰ সংকটত: সাংসদগৰাকীৰ ফাউণ্ডেশ্যনক দোষী সাব্যস্ত, তদন্তৰ নিৰ্দেশ

সংকটত গৌতম গম্ভীৰ! সাংসদগৰাকীৰ ফাউণ্ডেশ্যনক দোষী সাব্যস্ত, তদন্তৰ নিৰ্দেশ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি দলৰ লোকসভা সাংসদ গৌতম গম্ভীৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দিল্লী চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে
Read More...

আজিৰে পৰা বন্ধ শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা বন্ধ শৰাইঘাটৰ পুৰণি দলং ,শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ বাবে বন্ধ হৈ পৰিছে যাতায়ত ,তিনিমাহলৈ বন্ধ থাকিব পুৰণি দলঙেৰে যাতায়ত,বিশেষ পদ্ধতিৰে পুনৰ মেৰামতি কৰা হ’ব দলংখন,নতুন দলঙেৰে অব্যাহত থাকিব যাতায়ত
Read More...

বাতিল হ’ল ২০২১ বৰ্ষৰ অম্বুবাচী মেলা

 কৰ’নাৰ বাবে বাতিল হ’ল ২০২১বৰ্ষৰ অম্বুবাচী মেলা৷ সীমিত ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ’ব অম্বুবাচী মেলাৰ পূজা৷ কৰ’নাৰ ভয়াবহকতাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে মন্দিৰ পৰিচালনা সমিতয়ে৷ ২২ জুনত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি৷ তেতিয়াৰ পৰা
Read More...