Breaking

Browsing Category

অসম

কৃষক প্ৰতিবাদৰ বাবে প্ৰতিদিনে চৰকাৰে টোলগেট সমূহত হেৰুৱাইছে ১.৮ কোটি টকাৰ ৰাজহ

সংসদত বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। উল্লেখ্য যে, কৃষক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ টোলগেটসমূহ বন্ধ কৰি ৰখা হৈছেযাৰ বাবে টোলগেটসমূহত দৈনিক ১.৮ কোটি টকাৰ লোকচান
Read More...

মিচ ইণ্ডিয়া ২০২০ৰ মুকুট জিলিকিল ৰিক্সা চালকৰ জীয়ৰীৰ শিৰত

মোৰ শৰীৰৰ তেজ, ঘাম আৰু চকুপানীয়ে একত্ৰিত হৈ মোৰ সপোনবোৰক পূৰণ কৰিবলৈ সাহস যোগাইছে, এইয়া মান্যাৰ ভাষ্য। সদ্য ঘোষিত ভি এল চি চি ফেমিনা মিচ ইণ্ডিয়া ২০২০ৰ প্ৰতিযোগিতাত তেলেংগানাৰ এগৰাকী অভিযন্তা মনাসা বাৰাণসীয়ে মিচ ইণ্ডিয়া ২০২০ খিতাপ লাভ
Read More...

আজি মাজনিশাৰ পৰা ৫ টকালৈকে হ্ৰাস পাব প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব ৷  
Read More...

২৬ দিনতে ৭০ লাখৰো অধিক লোকক ভাৰতত প্ৰদান কৰা হ’ল কভিড-১৯ৰ টিকা

ইমান কম সময়ৰ ভিতৰত টিকাকৰণৰ এই বৃহৎ সংখ্যাত উপনীত হোৱা বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিণত হৈছে ভাৰত।ভাৰতত যোৱা ২৬ দিনত ৭০ লাখতকৈও অধিক লোকক কভিড-১৯ৰ টিকাকৰণ কৰা হৈছে। আনহাতে আমেৰিকাক এই সংখ্যাত উপনীত হ’বলৈ ২৭ দিন আৰু ব্ৰিটেইনক ৪৮ দিন সময়
Read More...

আমছুৰ হোজাই জিলা বন্ধ সফল

হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি আজি হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰিছে ৷ পুৱা ৬ বজাৰ পৰা দিনৰ ১২  বজালৈকে হোৱা এই বন্ধৰ প্ৰভাৱ জিলাখনৰ আন আন প্ৰান্তৰ সমান্তাৰলকৈ
Read More...

উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি

২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল আৰু তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈয়ে প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি
Read More...

মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো : মমতা বেনাৰ্জীপশ্চিম বংগত।ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা
Read More...

অন্য বহুতৰ দৰে বৰ্তমানলৈ কোনো খবৰ নাই তিনি অসমীয়া সন্তানৰ।

উত্তৰাখণ্ডৰ প্ৰকৃতিৰ মহাপ্ৰলয়ত তচনচ হৈ পৰিল বহুতৰে জীৱন। কোনো শুংসূত্ৰই নাই বহু লোকৰে। ইয়াৰে মাজত কেইবাজনো উদ্ধাৰ হোৱাৰ বিপৰীতে বহু মৃতদেহো উদ্ধাৰ হৈছে।নিৰবিচ্ছিন্ন ভাবে উদ্ধাৰ অভিযান চলাই গৈছে উদ্ধাৰকাৰী দলে। নিশাও অব্যাহত আছে উদ্ধাৰ
Read More...

অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে এতিয়া বেলেগ ৰূপত…

ৰাজ্যসভাৰ পৰা অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে বেলেগ ৰূপত দেখা পাব।বুধবাৰে তেওঁ উচ্চ সদনত কয় যে মানুহে এতিয়া তেওঁক বহু ঠাইত দেখিবলৈ সক্ষম হ’ব কিয়নো তেওঁ এতিয়া মুক্ত হৈছে।ইয়াৰ উপৰি তেওঁৰ
Read More...

আজি চিৰাঙলৈ অমিত শ্বাহ,…

আজি চিৰাঙলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনৰ সময়ত সভা–সমিতিৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ লাঞ্চ পলিটিক্স। মাটিৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপনত বদ্ধপৰিকৰ বিজেপি নেতাসকলে সাধাৰণতে দুপৰীয়াৰ আহাৰ গ্ৰহণ
Read More...