Breaking

Browsing Category

অসম

বন্ধ হ’ল মহানগৰীৰ বন্দনা ছবিগৃহ

অতীত হ'ল মহানগৰীৰ অন্যতম জনপ্ৰিয় চিনেমা হ'ল বন্দনা ছবিগৃহ।বন্দনা চিনেমা হলৰ দেৱালত পৰিল হাতুৰীৰ কোব। বহু পুৰণি স্মৃতি যেন এতিয়া অতীতৰ গৰ্ভত সোমাই পৰিল। একপ্ৰকাৰ কোৰোণাই চিৰদিনলৈ বন্ধ কৰি দিলে বন্দনা চিনেমা গৃহৰ
Read More...

দক্ষিণ শৰনীয়া – বামুনীময়দামত গুৱাহাটী পৌৰনিগমৰ চেনিটাইজেছন

গুৱাহাটী মহানগৰীত কভিদ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাতপৌৰনিগমে বিগত কেইবাদিনধৰি মহানগৰীৰ বিভিন্ন স্হানত ছেনিটাইজ কৰি আহিছে ৷ বিজেপি গুৱাহাটী মহানগৰ জিলাৰ ছেনিটাইজাৰ বিভাগৰ সহযোগত গুৱাহাটী পৌৰনিগমে আজি মহানগৰীৰ গান্ধীমন্ডপ পথ, পুৱ শৰনীয়া ৬নং উপপথ
Read More...

কাকজানত কভিড ১৯ৰ আতংকৰ মাজতো আশাৰ কিৰণ দেখুৱাইছে এজাক তৰুণ-তৰুণীয়ে

কভিড ১৯ ৰ ভয়াৱহতা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি- নিৰ্দেশনাৰ বাবে ৰাজ্যৰ নগৰ-চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো এতিয়া লকডাউন সদৃশ পৰিবেশ। এই সময়ছোৱাত আপুনি হয়তো নিজ ঘৰতেই থাকি টেলিভিছনৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান চাই,
Read More...

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাৰ খেলুৱৈলৈ সাহাৰ্য :পূব নলবাৰী কচিং চেণ্টাৰৰ উল্লেখনীয়…

মহামাৰী ক'ৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মকে সৰোগত কৰি খেলুৱৈ সকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ঘৰতে থাকি অনুশীলন চলাই আছে যদিও খোৱা-লোৱাৰ বিভিন্ন সমস্যা আহি পৰিছে। ২ বজাত সান্ধা আইন ঘোষণা কৰাৰ লগে লগে দিন-হাজিৰা
Read More...

ধুবুৰী জিলাৰ মাটিফাটা শালকাটা পথ নিৰ্মাণত ব্যাপক অনিয়ম

ধুবুৰী জিলাৰ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ ২.৫৫২ কিঃমিঃ ৰাস্তা ৫ বছৰৰ মেৰামতিৰ বাবে ২০১৮/১৯ বিত্তীয় বৰ্ষত গড়কাপ্তানী বিভাগৰ PMGSY আঁচনিৰ অধীনত ১৫.০৩ লাখ টকা আৱণ্টন দিছিল৷ উল্লেখ্য য়ে, এই একেটা পথ অৰ্থাৎ মাটিফাটা বজাৰৰ পৰা শালকাটা
Read More...

বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে বোকাজান মহকুমাৰ অন্তৰ্গত ৩ নং হলৌখোৱা কলিয়াবিলৰ দেৱৰাজ চবৰৰ দ্বিতীয় পুত্ৰ জিম্বু চবৰ নামৰ ২৭ বছৰীয়া যুৱক জনে বিগত ৭ বছৰ ধৰি তামিলনাডুত কম্পেনীত কৰ্মৰত অৱস্থাত আছিল ৷ বিগত সময়ত তামিলনাডুৰ পৰা যুৱক জনৰ ঘৰৰ
Read More...

মৰিগাঁৱৰ জালুগুটিত বৃহৎ পৰিমাণৰ ড্ৰগছ সহ ড্ৰাগছ ব্যৱসায়ী ইকবাল ইছেইনক আটক ৷

আজি পুৱাই মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও ABI ব্ৰাঞ্চৰ আৰক্ষীয়ে জালুগুটি আৰক্ষী পহৰা চকীৰ সহযোগত জালুগুটি মিলনপটীৰ
Read More...

স্বাধীনতাৰ ৭৪ বছৰ পিছতো তামুলপুৰৰ কাউলীতমটঙা নৈৰ ওপৰত নহ’ল এখন দলং।

দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ পিছতো ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যোৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে সীমান্তৰ হেজাৰ হেজাৰ লোকে ৷ সম্প্ৰতি দলং নথকাৰ বাবেই
Read More...

৮০ উৰ্দ্ধৰ তিনি গৰাকী আইতাই উন্মোচন কৰিলে কৃতী শিক্ষকৰ বঁটাপ্ৰাপ্ত মহেন শইকীয়াৰ ‘বিদ্যালয়ত…

বৰ্তমান সময়ত বৌদ্ধিক আৰু সচেতন মহলত বহুলভাৱে চৰ্চিত হৈছে মূল্যবোধৰ  শিক্ষাৰ প্ৰসংগ। বিদ্যালয়ত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তাই চৰ্চা লাভ কৰাৰ সময়তে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক মহেন শইকীয়াই লিখি
Read More...

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব সৰুসজাই ক’ভিড চিকিৎসালয়

বৃহস্পতিবাৰে পুৱা ৮বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব অত্যাধুনিক ক’ভিড চিকিৎসালয়৷ ডিআৰডিঅ’-ই মাত্ৰ ২০ দিনত প্ৰস্তুত কৰি উলিওৱা সৰুসজাইৰ অত্যাধুনিক ক’ভিড চিকিৎসালয়খন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে৷ নতুন ক’ভিড
Read More...