অসম

অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টংলাৰ স্বামী-স্ত্ৰী

মঙলবাৰে নিশা টংলাত সংঘটিত গুলীচালনাৰ ঘটনাই চৌদিশে চাঞ্চল্যকৰ বিৰাজ কৰিছে। জানিব পৰা মতে, মুখত কাপোৰ বান্ধি অহা চাৰি অচিনাক্ত যুৱকে কালি নিশা প্ৰায় এঘাৰ...

বেবেজীয়াত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এজনক, চিকিৎসালয়ত মৃত্যু

আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই। বেবেজীয়াৰ বাথাংই গাঁওত সোমবাৰে দীপাৱালীৰ সন্ধিয়া বেবেজীয়া আৰক্ষীয়ে মুমূৰ্ষু...

জেহাদীৰে যোগসূত্ৰ আছে মিঞা পৰিষদৰ দুই নেতাৰ লগতে তানু ধাদুমিয়াৰ-নলবাৰী আৰক্ষী অধীক্ষকে

সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। মিঞা মিউজিয়াম স্থাপনক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা...

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ।

মিঞা পৰিষদৰ উপ–সভাপতি আব্দুল বাতেন শ্বেখৰ গ্ৰেপ্তাৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পালে মিঞা পৰিষদে, কি ক’লে পৰিয়ালে? মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত...

‘‘মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিয়ে মিঞা জাতিটোক কেতিয়াও ভৱিষ্যতৰ দিনত প্ৰশ্ৰয় নিদিয়ে।” -দিগন্ত কলিতা

মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে -দিগন্ত কলিতা মিঞা বুলি কোনো জাতি নাই। বৰ অসম কোনোবাই জুই...

Popular