Breaking

Browsing Category

অসম

আমগুৰিৰ বাঘজান চাহ বাগিচা খেলপথাৰত এচিএমএছ চেলেঞ্জাৰ ট্ৰফী আৰম্ভ

শিৱসাগৰ জিলাৰ আমগুৰিৰ বাঘজান চাহ বাগিচা খেলপথাৰত ১০ ছেপ্টেম্বৰৰ পৰা ২৯ সংখ্যক এচিএমএছ চেলেঞ্জাৰ ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। বাঘজান চাহ বাগিচা ক্রীড়া সন্থাৰ উদোগত আৰু
Read More...

পাৰ্থজিৎ বৰুৱাৰ “ব্ৰাছ ষ্ট্ৰ’ক” তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা…

পাৰ্থজিৎ বৰুৱাৰ "ব্ৰাছ ষ্ট্ৰ'ক" তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি)। মুম্বাইৰ ৰেচিডেনচি হোটেলত ১০ ছেপ্টেম্বৰ অুনষ্ঠিত হোৱা একাদশ ইণ্ডিয়া চিনে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা "ব্ৰাছ ষ্ট্ৰ'ক" তথ্যচিত্ৰখনে শ্ৰেষ্ঠ
Read More...

আজিৰে পৰা বিধানসভাৰ শৰত্কালীন অধিৱেশন…

আজিৰে পৰা বিধানসভাৰ শৰত্কালীন অধিৱেশন। পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। প্ৰথম বাৰৰ বাবে বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ'ব অধিৱেশন খন।
Read More...

বিতৰ্কত ঠিকাদাৰে ব্যয় কৰিব ২০০ কোটি। জালুকবাৰীত নিৰ্মান হব সুউচ্চ মোদীৰ প্ৰতিমূৰ্তি…

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সমীপত নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুউচ্চ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত এইবাৰ নিৰ্মাণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি চৰকাৰ বা দল সংগঠনে
Read More...

ভাৰতবৰ্ষৰ ৪২২ টা শিল্পকৰ্মৰ মাজৰ পৰা শ্ৰেষ্ঠ শিল্পকৰ্ম হিচাপে নিৰ্বাচিত অসমৰ চিত্ৰ শিল্পী দাদুল…

ভাৰতবৰ্ষৰ বহুতো শিল্পীৰ ৪২২ টা শিল্পকৰ্মৰ মাজৰ পৰা অসমৰ চিত্ৰ শিল্পী দাদুল চলিহাৰ শিল্পকৰ্ম টি শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হয় । তেওঁৰ সৃষ্ট Logo টি এতিয়াৰে পৰা গোলাঘাটত স্থাপন হোৱা নৱনিৰ্মিত সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এক পৰিচয় হ'ব।
Read More...

ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালা।কৰ্মশালাত পাঠদান…

১৪টা বৰ্ষৰে অভিজ্ঞতাসম্পন্ন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ় লৈ উঠা ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালাৰ। প্ৰথম দিন উপলক্ষে আয়োজন কৰা প্ৰথম
Read More...

৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত…

লোডশ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী৷ প্ৰচণ্ড গৰম কিম্বা প্ৰয়োজনীয় সময়ত বিদ্যুৎ উপলব্ধ নোহোৱাত চৰকাৰৰ প্ৰতি ক্ষোভ জনতাৰ। ইয়াৰ মাজতেই বিদ্যুতৰ চাহিদা সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বিশেষ
Read More...

আৰম্ভ হ’ল ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সাংবাদিকতাৰ কৰ্মশালা

দুদিনীয়াকৈ আৰম্ভ দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সাংবাদিকতাৰ কৰ্মশালা। DB Media Entertainment Instituteৰ উদ্যোগত এই কৰ্মশালা শনিবাৰৰ পৰা আৰম্ভ হৈছে। মহানগৰীৰ
Read More...

কামৰূপ জিলাৰ মামণি কলিতালৈ ‘২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা’

৫ ছেপ্তেম্বৰ " শিক্ষক দিৱস" উপলক্ষ্যে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা জিলা কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামণি কলিতালৈ
Read More...

অনভিজ্ঞতা আৰু একাগ্ৰতাহীনতাৰ বাবে অসম পিছ পৰি আছে – এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ…

অনভিজ্ঞতা আৰু শিকাৰ প্ৰতি ধাউতি নথকা বাবে আমি বহু ক্ষেত্ৰত পিছ পৰি আঁছো। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি জনতা ভবনত এই মন্তব্য কৰি ডঃ শৰ্মাই কয় যে অসমত প্ৰকৃতিৰ অলেখ সমল আছে। কিন্তু পৰ্যটক সকলক আমি বুজাব
Read More...