Breaking

Browsing Category

অসম

যোৰহাট জিলাৰ বসন্ত চিৰিং ফুকনে লাভ কৰিলে “Progressive Mushroom Grower Award “…

২০০১ চনত যুৱকজনে প্ৰথমে অয়ষ্টাৰ কাঠফুলা (Oyster Mushroom)ৰ খেতি কৰি প্ৰতিদিনে ৫০-৬০ কিলোগ্ৰাম উৎপাদন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ ২০০৪ চনত তেওঁৰ ঘৰুৱা প্ৰয়োজনৰ বাবে কাঠফুলাৰ বীজ উৎপাদন কৰে। যুৱকজনৰ এই যাত্ৰাই পিছলৈ থমকি ৰ'বলগীয়া হোৱা
Read More...

জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চচলত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত…

অসমৰ আদিম অধিবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক,অৰ্থনৈতিক,সংস্কৃতি,ক্ৰীড়াৰ উন্ময়নৰ লগতে জনজাতিকৰণ প্ৰদানৰ সম্পৰ্কটো
Read More...

৮ বছৰত ৰাজ্যত নাৰীজনিত অপৰাধৰ সংখ্যা ২ লাখ ৯৮ হাজাৰ। গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনা ২,৬৭৭…

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
Read More...

২৩ বছৰত বিদেশী চিনাক্ত ১লাখ ৩২ হাজাৰ। অসমত ডি ভোটাৰৰ সংখ্যা ৯৯,৯৪২…

বৰ্তমান ৰাজ্যখনত ৯৯,৯৪৭ গৰাকী ডি ভোটাৰ আছে। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত বিধানসভাত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে তেওঁৰ কাৰ্যকালত ১৬,১১২ টা ডি ভোটাৰৰ গোচৰ নিস্পত্তি কৰাৰ
Read More...

দুৰ্নীতি নিবাৰক শাখাৰ জালত দৰং জিলাৰ কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ…

দুৰ্নীতি নিবাৰক শাখাৰ জালত দৰং জিলাৰ কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ। দুৰ্নীতি নিবাৰক শাখাই আটক কৰে বিষয়াগৰাকীক। তিনি হাজাৰ টকা ঘোচ লৈয়ে জালত বিষয়াগৰাকী।
Read More...

দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকৰ দুদিনীয়া কৰ্মশালাৰ সফল সামৰণি।কৰ্মশালাৰ…

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ়লৈ উঠা দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কায্যালয়ত শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় যুৱ সাংবাদিকতা সন্দৰ্ভত এক কৰ্মশালা।
Read More...

সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠকত প্ৰয়াত দেৱেন দত্তৰ স্মৃতিচাৰণ…

সাতগাঁও শাখা সাহিত্য সভাৰ চলিত মাহৰ মাহেকীয়া বৈঠক "সাহিত্য চৰা"ৰ সৈতে সংগতি ৰাখি বৃহত্তৰ সাতগাঁও অঞ্চলক বিশেষ ভাৱে প্ৰতিনিধিত্ব কৰা সামাজিক অনুষ্ঠান সাতগাঁও লাচিত পুথিভঁৰালৰ সহযোগত সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাৰ
Read More...

লোডশ্বেডিঙৰ পৰা সকাহ দিব চৰকাৰে। হঠাৎ ৰাজ্যত বৃদ্ধি পাইছে চাহিদা…

ৰাজ্যবাসীয়ে সকাহ পাব লোডশ্বেডিঙৰ পৰা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত বিদ্যুতৰ নাটনি সম্পৰ্কে বিতৰ্কত অংশ গ্ৰহণ কৰি কয় যে লোড শ্বেডিংৰ সমস্যাটো সমাধান কৰা হৈছে আৰু বিগত দুদিন ধৰি ৰাজ্যখনত কোনো লোডশ্বেডিং হোৱা নাই। তেওঁ
Read More...

বাল্যবিবাহৰ গোচৰত গ্ৰেপ্তাৰ ৩,৯০৭ গৰাকী। দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ ৪৭৯ গৰাকী…

চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই ৩,৯০৭ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য অবগত কৰে বিধানসভাৰ মজিয়াত। ডঃ
Read More...

জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত স্মৃতিগ্ৰন্থ “জ্যেষ্ঠ প্ৰভা”…

বৃহত্তৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সন্মিলনৰ স্মৃতিগ্ৰন্থ "জ্যেষ্ঠ প্ৰভা"উন্মোচন কৰা হয়।
Read More...