Breaking

Browsing Category

অসম

যোৰাবাটত এছটিএফৰ অভিযানত ৫১৮ গ্ৰাম ওজনৰ পাঁচ ডোখৰ সোণ জব্দ; গাড়ীসহ চাৰি আটক

এক বিশেষ সূত্ৰৰ পম খেদি এছটিএফ-অসমে বৃহস্পতিবাৰে পুৱা সোণৰ‌ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে গুৱাহাটীৰ যোৰাবাটত এক অভিযান চলায়৷ এছটিএফ-ৰ এই অভিযানটোত স্থানীয় যোৰাবাট আৰক্ষীয়েও সহযোগিতা আগবঢ়ায়।
Read More...

চিলাপথাৰৰ ৰাজপথত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ…

সৰ্বসাধাৰণ ৰাইজক বিদ্যুত যোগানত ব্যৰ্থ অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ কৰি চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে।নিয়মিত বিদ্যুৎ যোগানত হেমাহি, সঘনাই বিদ্যুৎ সেৱা
Read More...

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক,…

জম্মু-কাশ্মীৰৰ অনন্তনাগত ভয়ংকৰ সংঘৰ্ষ। ভাৰতীয় সেনাৰ কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক, জম্মু-কাশ্মীৰৰ DSP হুমায়ুন ভট ছহিদ। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলীত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক, জম্মু-কাশ্মীৰৰ DSP
Read More...

অসমৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ হ’ব! – আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি…

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জে পি সিং বুধবাৰে শিৱসাগৰত উপস্থিত হয়। ঐতিহাসিক জিলাখনত উপস্থিত হৈ সঞ্চালক প্ৰধান গৰাকীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত
Read More...

জাতীয়তাবাদৰ বজ্ৰকণ্ঠ প্ৰণৱজিৎ চলিহাৰ দেহাৱসান; কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

জাতীয়তাবাদৰ এক বজ্ৰকণ্ঠ, মাধ্যম আন্দোলন, ভাষা আন্দোলন আৰু ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষতম নেতা সিংহপুৰুষ প্ৰনৱজিৎ চলিহা ওৰফে ৰমু চলিহা আৰু নাই। বুধবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেশ কপোৱা তিনিটাকৈ গন আন্দোলনত সমুখৰ পৰা নেতৃত্ব
Read More...

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী দিলীপ তামূলী লৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ…

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱলৈ "ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান" ২০২৩ প্ৰদান কৰা হয় । ভাৰতীয় দৃশ্য কলাৰ অৱদানৰ স্বীকৃতি স্বৰূপে মঙলবাৰে নতুন দিল্লীত উক্ত অনুষ্ঠানৰ মুখ্য অতিথিৰূপে কেৰেলাৰ
Read More...

চানডুবিৰ পৰ্যটন তথ্য বিষয়া তথা কবি ডেনী গামক বিদায় সম্বৰ্ধনা…

ৰাজ্যৰ পৰ্যটনথলী সমুহৰ অন্যতম চানডুবি পৰ্যটন নিৱাসৰ পৰ্যটন তথ্য বিষয়া ডেনী গামক অসম চৰকাৰৰ পৰ্যটন বিভাগে পদোন্নতিসহ কলকাতাস্থিত অসম ভৱনলৈ বদলি কৰিছে। সেই উপলক্ষে ১২ ছেপ্টেম্বৰত ডেনী গামক বিদায় সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে চানডুবি পৰ্যটন
Read More...

বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ !বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল…

বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ। বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল
Read More...

১৩২৪ গৰাকী কোভিড যোদ্ধাৰ চাফাই কৰ্মচাৰীৰ পুনৰ সংস্থাপনৰ দাবীত চচলত আমৰণ অনশন; দাবীসমূহৰ পূৰ্ণ সমর্থন…

অসম কোভিড-১৯ চাফাই কৰ্মচাৰী সন্থাৰ হৈ কৰুণা কান্ত পাঠকে চচলত অনিৰ্দিষ্টকালৰ বাবে আৰম্ভ কৰা অনশন কাৰ্যসূচীলৈ আম আদমি পাৰ্টীয়ে তেওঁলোকৰ দাবী প্রতি পূৰ্ণ সমর্থন প্রকাশ কৰে।
Read More...

কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ ! জিলাখনত অব্যাহত মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা…

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত 'ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩'ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম
Read More...