Breaking

Browsing Category

অসম

একাধিক চিকিৎসা মহাবিদ্যালয়ত নাই গুৰুত্বপূৰ্ণ বিভাগ; ৮২৩ কোটি ব্যয়েৰে ৬ চুপাৰ স্পেচিয়েলিটি…

পুনৰ ৬ খনকৈ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰিব চৰকাৰে। ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ ১১ খনত আন্তঃগাঁঠনিৰ পঁয়ালগা অবস্থাৰ সমান্তৰাৰলকৈ চিকিৎসক, নাৰ্চকে ধৰি তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম নোহোৱা স্বাস্থ্য
Read More...

শিৱসাগৰত জিলা কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত মন্ত্ৰী অতুল…

আজি শিৱসাগৰত জিলা কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত মন্ত্ৰী অতুল
Read More...

চিমেন চাপৰিত এবছুৰ কাৰ্য্যালয়ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মিতবডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ…

চিমেন চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বৰ্ষৰ দহ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয়। নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্য্যালয় চৌহদত
Read More...

জামুগুৰিত গুণগত শিক্ষাৰ ওপৰত ডাইট ধেমাজিৰ কৰ্মশালা আৰু ” শিশুৰ শিক্ষাৰ অধিকাৰ”  শীৰ্ষক…

ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ (ডাইট) উদ্যোগত ১৪ চেপ্টেম্বৰত 'লে'ব এৰিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি  আৰু সদস্য সকলৰ বাবে " গুণগত শিক্ষা" ৰ সম্পৰ্কত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়।
Read More...

নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক নবীন ধিংৰাৰ ভাৰত ভূটান সীমান্তৰ প্ৰকল্প…

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থসাহায্যত অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই উদ্যান শস্যৰ জৰিয়তে সীমান্তৱৰ্তী কৃষক সকলৰ মাজত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি
Read More...

গুৱাহাটীত বন্ধন বেংকৰ নুনমাটি শাখা মুকলি। শাখাৰ দ্বাৰ মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক…

২০০১ চনত এন জি অ’ হিচাপে আত্মপ্ৰকাশ কৰা বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ২০১৫ চনত বেংক হিচাপে
Read More...

অসম বিধানসভা অধিৱেশনত নগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক গৃহীত : নগাঁও কলেজত আনন্দৰ বন্যা

নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন, এগৰাকী প্ৰাক্তন ছাত্র আৰু নগঞা হিচাপে অত্যন্ত আনন্দিত হৈছো: ৰূপক শৰ্মা। অসম বিধান সভাৰ বিশেষ শৰৎকালীন অধিৱেশনত আজি নগাঁও মহাবিদ্যালয় বিশ্ববিদ্যালয় হিচাপে গৃহীত হোৱাৰ লগে লগে নগাঁও কলেজ চৌহদত
Read More...

পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত নিৰ্মীয়মাণ উদ্যান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী মহানগৰীক মাথোঁ উত্তৰ-পূব ভাৰতৰে নহয়, সমগ্ৰ
Read More...

আমছু কৰ্মীয়ে মায়ঙৰ বুৰাবুৰীত ড্ৰাগছৰ ১১কনটেইনাৰ সহ ধৰিলে দুই যুৱকক

মায়ঙৰ বুৰাবুৰী বজাৰত ১১ টা কনটেইনাৰ সহ দুই যুৱকক বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীয়ে ৰাইজৰ সহযোগত ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কাৰী দুই যুৱক ক্ৰমে, চাইদুল ইছলাম আৰু ৱাছিম আক্ৰাম। দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ মায়ঙৰ কুকুৱাৰী গাঁৱত।
Read More...

তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত এনডিএফবিৰ সদস্য সকলৰ পুনঃসংস্থাপনৰ দাবী !  জোনাই শিলিখাগুৰীত …

প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি এনডিএফবিৰ ৩৫ সংখ্যক শ্বহীদ দিৱস দিনজোৰা কাৰ্য্যসূচীৰ উদযাপন কৰা হয়। জোনাই মহকুমাৰ শিলিখাগুৰী খেলপথাৰত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ পুৱা ৯ বজাত পতাকা অৰ্ধনমিত কৰে ধেমাজি জিলা
Read More...