Breaking

Browsing Category

অসম

বিদ্যুত নাটনিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ । মাচুল হ্ৰাস কৰিবলৈ “এডজাষ্ট ”…

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। পাৰাস্তম্ভই ৩৯ ডিগ্ৰী চেলচিয়াচ স্পৰ্শ কৰিছে। এনে পৰিস্থিতিত শক্তি বিভাগে বিদ্যুতৰ ঘাটি পূৰণ কৰিবলৈ আৰম্ভ কৰিছে লোডশ্বেডিঙৰ। লোডশ্বেডিঙৰ পৰা হাত সাৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে "এডজাষ্ট " হৈ
Read More...

শিলচৰৰ যান-জঁটৰ সমস্যা সমাধানৰ উদ্দেশ্যে দুখনকৈ দলং উদ্বোধন মুখ্যমন্ত্ৰীৰ…

শিলচৰ চহৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে আজি বৰাক নদীৰ ওপৰত বদৰিঘাট সংযোগী নৱনির্মিত বৰেংগা-কাশীপুৰ দলংখন জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Read More...

শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ; সাময়িক ভাৱে বন্ধ ৰখা হ’ব…

বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ লগত এখন বৈঠকত মিলিত হৈ শিলসাঁকোত চলি থকা উচ্ছেদ অভিযানৰ পৰ্যালোচনা কৰে৷ এই পৰ্যালোচনাৰ অন্তত
Read More...

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

মঙলবাৰে নিশা কাকপথাৰ বৰডিৰাকত ট্ৰাক আৰু টাটা মেজিকৰ খুন্দাত নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ'ল ৭ গৰাকীকৈ লোকক। আহত হ'ল ১২ গৰাকী লোক।
Read More...

অহা ৪-৫ বছৰত আৰু ১ লাখ নিযুক্তি দিব ৰাজ্য চৰকাৰে ! কিন্তু চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ টকা ক’ৰ পৰা…

আজি নলবাৰী জিলাত বহুজাতিক প্ৰতিষ্ঠান পেপছিকোৰ এক খাদ্য উৎপাদন গোটৰ ভূমি পূজন কাৰ্যসূচীত অংশ লৈ অতিশয় আনন্দিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
Read More...

নাজিৰাত নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ অব্যাহত…

যোৱা ২৬ আগষ্টতে নাজিৰা আদৰ্শ আৰক্ষী থানাত তদানিন্তন নাজিৰা মহকুমা আৰক্ষী বিষয়া তথা সদ্য নিলম্বিত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই তেখেতৰ নাজিৰাৰ আৱাস গৃহত বনকৰা মহিলা অনিমা প্ৰজাক গাত গৰম পানী ঢালি,শৰিৰীৰ বিভিন্ন
Read More...

নলবাৰীত PEPSICO কোম্পানীৰ আধাৰশিলা স্থাপন ! ভূমিপূজনেৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত…

আজি নলবাৰী জিলাত বহুজাতিক প্ৰতিষ্ঠান পেপছিকোৰ এক খাদ্য উৎপাদন গোটৰ ভূমি পূজন কাৰ্যসূচীত অংশ লৈ অতিশয় আনন্দিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
Read More...

আজি নলবাৰীত স্থাপন হ’ব PEPSICO কোম্পানীৰ আধাৰশিলা ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজনেৰে…

আজি নলবাৰীত স্থাপন হ’ব PEPSICO কোম্পানীৰ আধাৰশিলা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজনেৰে স্থাপন কৰিব আধাৰশিলা।
Read More...

“ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত অসমৰ সুসন্তান কুমুদ কলিতাক নতুন দিল্লীত উষ্ম…

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰপৰা 'ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩' লাভ কৰা মানৱদৰদী কুমুদ কলিতাক নতুন দিল্লীত লগ পাই উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে উল্লেখ কৰে, "নিৰলস প্ৰচেষ্টা আৰু নীৰৱ সাধনাৰে
Read More...

হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মঙলবাৰে হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত
Read More...