Breaking

Browsing Category

অসম

“ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত অসমৰ সুসন্তান কুমুদ কলিতাক নতুন দিল্লীত উষ্ম…

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰপৰা 'ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩' লাভ কৰা মানৱদৰদী কুমুদ কলিতাক নতুন দিল্লীত লগ পাই উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে উল্লেখ কৰে, "নিৰলস প্ৰচেষ্টা আৰু নীৰৱ সাধনাৰে
Read More...

হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মঙলবাৰে হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত
Read More...

শিক্ষক দিৱসৰ দিনাই শিক্ষাগুৰুক সম্বৰ্ধনা জনাই হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ…

নলবাৰী জিলাৰ বৃহত্তৰ হাৰিভাঙ্গা গাঁৱৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবছৰে তেওঁলোকৰ শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ দিনা সম্বৰ্ধনা জনোৱাৰ
Read More...

বৰপেটা জিলাৰ আঠ গৰাকী কৃতী শিক্ষকলৈ বঁটা

বৰপেটা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত মঙলবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত ( শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই শিক্ষক
Read More...

দীপক কুমাৰ দাসলৈ প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকৰ বঁটা

নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ হ'লত ৪০ সংখ্যক সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ দীপক কুমাৰ দাসক প্ৰদান কৰা হয় চন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকৰ বঁটা। এই বঁটা পোৱা খবৰে জিলা খনত আনন্দময় পৰিবেশ সৃষ্টি হৈছে।
Read More...

ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে নগাঁৱত ২৮গৰাকী শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান

"শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰা এক জীৱনযোৰা প্ৰক্ৰিয়া। সু- শিক্ষাৰ জৰিয়তেহে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগুৱাই নিব পৰা যাব।"- এই মন্তব্য নগাঁৱস্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাৰ।
Read More...

গুৱাহাটীবাসী বজেলীয়া সমাজৰ শিক্ষক সম্বৰ্ধনাৰ সফল সামৰণি

মঙলবাৰে গুৱাহাটী জি. এছ. ৰোডত অৱস্থিত ল’জ কুঞ্জলতাত গুৱাহাটীবাসী বজেলীয়া সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা দুুদিনীয়াকৈ পালন কৰা শিক্ষাবিদ কামেশ্বৰ দাসৰ স্মৃতি দিৱসৰ সফল সামৰণি পৰে৷ মঙলবাৰৰ কাৰ্যসূচীত পুৱা ডক্টৰ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আৰু
Read More...

পশ্চিম নলবাৰীত শিক্ষক দিৱসঃ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুলৈ ‘জ্ঞানসিন্ধু বঁটা’

পশ্চিম নলবাৰীৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত মঙলবাৰে উলহ-মালহৰে শিক্ষক দিৱস উদযাপন কৰা হয়।উল্লেখ্য যে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগতো উদযাপিত শিক্ষক
Read More...

লাহৰীঘাটৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে শিক্ষক দিৱস পালন

সমগ্র দেশে মঙলবাৰে ভাৰতৰ প্ৰয়াত উপ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দেৱৰ ১৩৫ তম জন্মদিনৰ লগতে ৬২ তম শিক্ষক দিৱস উলহ মালহেৰে পালন কৰে। তাৰে লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ লাহৰীঘাট কণিষ্ঠ মহাবিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক
Read More...

জামুগুৰিহাটত ১৪১ গৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক ‘গুৰুসেৱা’

শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত জামুগুৰিহাটৰ ধলাইবিল সাহিত্য সভা ভৱনত নদুৱাৰ শিক্ষাখণ্ডৰ অধিনৰ প্ৰাথমিক পৰ্যায়ৰ অৱসৰী ১৪১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক “গুৰুসেৱা” অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
Read More...