Breaking

Browsing Category

অসম

কামৰূপ জিলাৰ মামণি কলিতালৈ ‘২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা’

৫ ছেপ্তেম্বৰ " শিক্ষক দিৱস" উপলক্ষ্যে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা জিলা কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামণি কলিতালৈ
Read More...

অনভিজ্ঞতা আৰু একাগ্ৰতাহীনতাৰ বাবে অসম পিছ পৰি আছে – এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ…

অনভিজ্ঞতা আৰু শিকাৰ প্ৰতি ধাউতি নথকা বাবে আমি বহু ক্ষেত্ৰত পিছ পৰি আঁছো। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি জনতা ভবনত এই মন্তব্য কৰি ডঃ শৰ্মাই কয় যে অসমত প্ৰকৃতিৰ অলেখ সমল আছে। কিন্তু পৰ্যটক সকলক আমি বুজাব
Read More...

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন…

ঘোষণা কৰা হ'ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন। তথ্য অনুসৰি ৰাজ্যত ৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব ৫ম পৰ্যায়ৰ গুণোৎ‍সৱ।
Read More...

মাজনিশা উন্মোচন হ’ল ব্যতিক্ৰমী গ্ৰন্থ আলবেক দলীলা…

বৃহস্পতিবাৰে মাজনিশা উন্মোচিত হ'ল কিছুদিন ধৰি অসমৰ সাহিত্য জগতত নতুন লেখাৰে সোৱাদ দিবলৈ ধৰা আৰু সাহিত্য অভিযন্তা অভিধাৰে নিজকে পৰিচয় দি ভালপোৱা উত্তৰ প্ৰদেশৰ নয়ডাত থকা চুমিন্দ্ৰ চৌধুৰীৰ স্বলিখিত পঞ্চাশটা ভিন্নসুৰী প্ৰবন্ধৰ সংকলন আলবেক
Read More...

সঙ্গীত সূৰ্য‍্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ‍্যক উপজা দিন…

সঙ্গীত সূৰ্য‍্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ‍্যক উপজা দিন। কলিয়াবৰক 'আপোন ঠাই' বুলি ভবা সুধা কণ্ঠৰ মহাপ্ৰয়াণত পুত্ৰৱত দায়িত্ব পালন কৰাৰঞ্জিৎ ভট্টাচাৰ্য‍্যৰ কথাৰে –ভূপেন্দ্ৰ স্মৰণ এটি নতুন গীতৰে নযনৰ উপজা দিনৰ শ্ৰদ্ধাঞ্জলি
Read More...

আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ…

ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক। আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।
Read More...

বজালী কাণ্ডৰ ধন ওলাল নলবাৰীত ! আইডিৰ উদ্ধাৰ ১৫ লাখ টকা…

বজালীৰ চুপাৰি কাণ্ডৰ ঘটনাই আৰক্ষী বিভাগটোক লজ্জানিত কৰাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হয় নগদ ১৫ লাখ টকা। বজালীৰ আৰক্ষী অধীক্ষক, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক সহ একাংশ বিষয়া কৰ্মচাৰীয়ে চুপাৰি ব্যৱসায়ী ৰবিউল
Read More...

দীঘলীপুখুৰীৰ পাছত বন্দৰ পৰিচালনা বহিৰাগতক। ধুবুৰী পাণ্ডু বন্দৰৰ দায়িত্ব মুম্বাইৰ বনিক গোষ্ঠীক…

ঐতিহাসিক দীঘলীপুখুৰী বহিৰাগত বনিক গোষ্ঠীৰ হাতত দিয়াৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌযাওঁতেই দুটাকৈ বন্দৰৰ পৰিচালনাৰ দায়িত্ব বহিৰাগত বনিক গোষ্ঠীৰ হাতত তুলি দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ
Read More...