Breaking

Browsing Category

অসম

নগাঁৱত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্ত্তি উন্মোচন ড: কুলধৰ শ‌ইকীয়াৰ

নগাঁও,১৭ নৱেম্বৰঃ আজি নগাঁও চহৰৰ কলংপাৰৰ সমীপত থকা মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ সমাধি স্থলীত ছহিদ গৰাকীৰ এটি আৱক্ষ মূৰ্ত্তি উন্মোচন কৰা হয় । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিশেষ প্ৰচেষ্টাত বিশিষ্ট শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে গ্লাছ
Read More...

অসমৰ সৰ্বাংগীন বিকাশ সাধনেহে জাতিৰ উত্তৰণ ঘটাব- লুৰীণজ্যোতি

মদাৰখাত ১৭ নৱেম্বৰ : অসমৰ সৰ্বাংগীন বিকাশ সাধন হ'লেহে অসমীয়া জাতিৰ উত্তৰণ সম্ভৱপৰ হ'ব। বিভিন্ন ভাষা-ভাষী তথা জনগোষ্ঠীৰ ঐক্যৱদ্ধ আৰু আপোচহীন চিন্তাই অসমীয়া জাতিক জগতত চিনাকি কৰাই দিব। অসমৰ প্ৰতিটো ক্ষুদ্ৰ বৰ জাতি-জনগোষ্ঠীৰ সুকীয়া
Read More...

সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ…

নলবাৰী ১৭ নৱেম্বৰ : ১৫ নবেম্বৰত দক্ষিণ কামৰূপৰ মিৰ্জাৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান জাৰ্নালীস্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে আজি জিলা উপায়ুক্তকৰ
Read More...

টংলাত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মা : আছু জাতীয়তাবাদী যুৱ ছাত্র…

টংলা,১৬নৱেম্বৰ : বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বাকযুদ্ধ তুংগত উঠিছে। ৰাজনৈতি নেতাৰ বাকযুদ্ধ ঢৌয়ে বি টি চিৰ আকাশ বতাহ কঁপাই তুলিছে। বি পি এফ চৰকাৰৰ বিৰুদ্ধে সৰৱহৈ পৰিছে বি জে পি চৰকাৰ। শাসনৰ বাঘজুৰি নিজৰ
Read More...

অতুল বৰাৰ বাসগৃহত টি এম টিকেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি সহ ১৪ জন কৰ্মীৰ অ.গ.পত যোগদান

মহুৰামুখ,১৬ নবেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি তথা বোকাখাত সমষ্টিটোৰ বিধায়ক অতুল বৰাৰ সবল নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লোকে অসম গণ পৰিষদ দলত যোগদান কৰাৰ উজান উঠা দেখা গৈছে। কালি অসম
Read More...

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ দুই প্ৰৱীণ সাংবাদিকক সম্বৰ্দ্ধনা

বোকাখাত, ১৬ নৱেম্বৰঃ "সাংবাদিক হত্যা আৰু নিৰ্যাতন যেন উৎসৱলৈ পৰিণত হৈছে। ২০১০ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈকে বিশ্বত ৪৫১ জন সাংবাদিক দুষ্কৃতিকাৰী অথবা চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈছে। ১৯৮৭ চনৰ পৰা ২০১২লৈ হত্যা কৰা হৈছিল ২৩ গৰাকী সম্পাদকক, ১৯৯২ চনৰ পৰা
Read More...

“সংবাদপত্ৰ আইনৰ উৰ্দ্ধত নহয় : আটাইতকৈ বেছি বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম”-…

মঙলদৈ, ১৬ নৱেম্বৰ : "সংবাদমাধ্যম আইনৰ উৰ্দ্ধত নহয় । আজিৰ দিনত আটাইতকৈ বাধাগ্ৰস্ত মাধ্যম হ'ল সংবাদ মাধ্যম । যিহেতু সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান প্ৰায় ৫৭ টা আইন প্ৰযোজ্য হয় । সংবাদসেৱীসকলে সংবাদ পৰিবেশনৰ বেলিকা এই কথা মনত নাৰাখিলে বহুক্ষেত্ৰত
Read More...

জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত

জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখি কালি এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন
Read More...

দেশজোৰা সৰ্বাত্মক ধৰ্মঘটৰ সমৰ্থনত ধুবুৰীত অভিৱৰ্তন

ধৰ্মশালা, ১৫ নৱেম্বৰ : কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অহা ২৬ নৱেম্বৰত হ'ব লগা দেশজোৰা সর্বাত্মক ধর্মঘটৰ সমর্থনত আজি ধুবুৰীৰ মিউনিচিপাল স্কুলত এখন অভিৱৰ্তন অনুষ্ঠিত হয় । আজিৰ অভিৱৰ্তনত বেংক, বীমা, বিদ্যুৎ, বিএছএনএল, ডাকবিভাগ,
Read More...

ছয়গাঁৱত অঘটন : খাৱৈত পৰি যুবকৰ মৃত্যু : জুৱাই কাল হ’ল এটা পৰিয়ালৰ

ছয়গাঁও, ১৫নৱেম্বৰ : জুৱা খেলেই অভিশপ্ত অমানিশা নমাই আনিলে এটা দুৰ্ভগীয়া পৰিয়াললৈ । কণমানি সন্তান আৰু পৰিবাৰক ইহ সংসাৰত এৰি পৰলোকলৈ গমণ কৰিলে এজন ৩৮বছৰীয়া চফল যূবকে। এনেধৰণৰ ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত
Read More...