Breaking

Browsing Category

অসম

অতুল বৰাৰ বাসগৃহত টি এম টিকেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি সহ ১৪ জন কৰ্মীৰ অ.গ.পত যোগদান

মহুৰামুখ,১৬ নবেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি তথা বোকাখাত সমষ্টিটোৰ বিধায়ক অতুল বৰাৰ সবল নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লোকে অসম গণ পৰিষদ দলত যোগদান কৰাৰ উজান উঠা দেখা গৈছে। কালি অসম
Read More...

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ দুই প্ৰৱীণ সাংবাদিকক সম্বৰ্দ্ধনা

বোকাখাত, ১৬ নৱেম্বৰঃ "সাংবাদিক হত্যা আৰু নিৰ্যাতন যেন উৎসৱলৈ পৰিণত হৈছে। ২০১০ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈকে বিশ্বত ৪৫১ জন সাংবাদিক দুষ্কৃতিকাৰী অথবা চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈছে। ১৯৮৭ চনৰ পৰা ২০১২লৈ হত্যা কৰা হৈছিল ২৩ গৰাকী সম্পাদকক, ১৯৯২ চনৰ পৰা
Read More...

“সংবাদপত্ৰ আইনৰ উৰ্দ্ধত নহয় : আটাইতকৈ বেছি বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম”-…

মঙলদৈ, ১৬ নৱেম্বৰ : "সংবাদমাধ্যম আইনৰ উৰ্দ্ধত নহয় । আজিৰ দিনত আটাইতকৈ বাধাগ্ৰস্ত মাধ্যম হ'ল সংবাদ মাধ্যম । যিহেতু সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান প্ৰায় ৫৭ টা আইন প্ৰযোজ্য হয় । সংবাদসেৱীসকলে সংবাদ পৰিবেশনৰ বেলিকা এই কথা মনত নাৰাখিলে বহুক্ষেত্ৰত
Read More...

জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত

জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখি কালি এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন
Read More...

দেশজোৰা সৰ্বাত্মক ধৰ্মঘটৰ সমৰ্থনত ধুবুৰীত অভিৱৰ্তন

ধৰ্মশালা, ১৫ নৱেম্বৰ : কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অহা ২৬ নৱেম্বৰত হ'ব লগা দেশজোৰা সর্বাত্মক ধর্মঘটৰ সমর্থনত আজি ধুবুৰীৰ মিউনিচিপাল স্কুলত এখন অভিৱৰ্তন অনুষ্ঠিত হয় । আজিৰ অভিৱৰ্তনত বেংক, বীমা, বিদ্যুৎ, বিএছএনএল, ডাকবিভাগ,
Read More...

ছয়গাঁৱত অঘটন : খাৱৈত পৰি যুবকৰ মৃত্যু : জুৱাই কাল হ’ল এটা পৰিয়ালৰ

ছয়গাঁও, ১৫নৱেম্বৰ : জুৱা খেলেই অভিশপ্ত অমানিশা নমাই আনিলে এটা দুৰ্ভগীয়া পৰিয়াললৈ । কণমানি সন্তান আৰু পৰিবাৰক ইহ সংসাৰত এৰি পৰলোকলৈ গমণ কৰিলে এজন ৩৮বছৰীয়া চফল যূবকে। এনেধৰণৰ ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত
Read More...

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ১, অগ্নিদগ্ধ ১ জন চিকিৎসাধীন

গেলেকী, ১৫নৱেম্বৰঃ দীপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ শিৱসাগৰ জিলা অন্তৰ্গত নগৰৰ পৰা কিছু নিলগৰ বেতবাৰী বালিবাট চাৰি আলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ থিতাতে নিহত প্ৰাণদীপ গগৈ নামৰ (২২) বছৰীয়া যুৱকজন ৷ গুৰুত্বৰ ভাৱে
Read More...

শিৱসাগৰত পৈশাচিক কাণ্ড : মা কালীক সন্তুষ্টিৰ বাবে বলি দিবলৈ অনা ৫ টা দেব শিশুক উদ্ধাৰ

গেলেকী, ১৫নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰিছিল দানৱ পিতৃয়ে । কালী পূজাৰ বাবে শনিবাৰে নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা ৫ টা দেৱ শিশু জীৱন্তেই
Read More...

ধুবুৰীত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

দৈনন্দিন বাৰ্তাৰ সেৱা,ধুবুৰী,১১ নৱেম্বৰঃআজি ধুবুৰীৰ ৰাজীৱ ভৱনত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সংখ্যালঘূ বিভাগৰ উদ্যোগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ
Read More...

বিপিএফ এৰি হাগ্ৰামালৈ কি চিঠি লিখিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

দৈনন্দিন বাৰ্তাৰ সেৱা,১১ নৱেম্বৰঃ বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিপিএফ এৰাৰ কথা ঘোষনা কৰিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ লিখা এক পত্ৰত বিশ্বজিৎ দৈমাৰীয়ে কয় -- বিপিএফৰ জন্ম লগ্নৰ পৰাই তেওঁ
Read More...