অসম

আজিৰে পৰা তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন

আজিৰে পৰা তামুলপুৰ জিলাৰ কচুবাৰীৰ গৌজন ফৌথাৰত আৰম্ভ হৈছে ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন।ইতিমধ্যে আজি পুৱাৰ ভাগত প্ৰয়াত আছিনা বসুমতাৰী সোৱৰণী মুখ্য তোৰণ...

উৰিয়ামঘাটত বিদ্যুৎ পৃষ্ঠ হৈ এজন লোক থিতাতে নিহত

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট স্থিত সোনাপুৰত ১০০০ কেবি কাৰেণ্টৰ তাৰত বিদ্যুৎ পৃষ্ঠ হৈ এজন লোকৰ থিতাতে নিহত হয় ।জানিব পৰা মতে...

শিৱসাগৰত সুৰামত্ত স্বামীয়ে ৰেপীলে পত্নীৰ ডিঙি!গুৰুতৰ ভাৱে আহত মহিলাগৰাকী

শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱত অঘটন।স্বামীয়ে ৰেপীলে পত্নীৰ ডিঙি।আজি পুৱা সংঘটিত হ'ল এই ভয়াবহ ঘটনা।অমৃত গগৈ(৩৫) নামৰ মদাহী স্বামীয়ে দৈনিক ঘৰত কন্দলৰ সৃষ্টি...

ৰাইজৰ দলৰ প্ৰতিস্থাপক কাৰ্য্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ

ৰাইজৰ দলত এতিয়া খহনীয়া সৃষ্টি হৈছে।ৰাইজৰ দলৰ প্ৰতিস্থাপক কাৰ্য্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ।বৰ্তমান দিল্লীত আছে জিতুল ডেকা ।অতি শীঘ্ৰেই আপত যোগদানৰ সম্ভাৱনা।

কৈৱৰ্ত জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে ইউটিউবাৰ মনোজ ভায়ে

কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিছিল মনোজ ভাই। অৱশেষত লখিমপুৰত আহি ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল ইউটিউবাৰ মনোজ ভাই। জানিব পৰা...

Popular