অসম

আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন।মুঠ ৪২ খন আসনৰ দুখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী বিজেপি।৪০ টা সমষ্টিৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ।

সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত চিচিবৰগাঁৱত শতাধিক মহিলা প্ৰতিবাদী কাৰ্যসূচীঃ প্ৰতিবাদস্থলীত দিহা নাম পৰিৱেশন কৰি জনপ্ৰতিনিধি, জিলা আয়ুক্তৰ সুমতিৰ বাবে প্ৰাৰ্থনা

সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত চিচিবৰগাঁৱত শতাধিক মহিলা প্ৰতিবাদী কাৰ্যসূচীঃ প্ৰতিবাদস্থলীত দিহা নাম পৰিৱেশন কৰি জনপ্ৰতিনিধি, জিলা আয়ুক্তৰ সুমতিৰ বাবে প্ৰাৰ্থনা

আজি অসম আৰক্ষী দিৱসঃ কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত মন্দাকাটাত

আজি কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হয় প্ৰথম অসম আৰক্ষী কামাণ্ড বেটেলিয়ন কেম্প মন্দাকাটাত। অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেৰ সৈতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেৰ সৈতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। ভুৱা প্ৰমাণপত্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ, দুৰ্নীতিৰ কেন্দ্ৰীয় তদন্ত আৰু সাংবিধানিক সুৰক্ষাৰ দাবী

ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ‘ঢকুৱাখনা প্ৰিমিয়াৰ লীগ’ ছিজন-১ঃ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন, ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ ৰণ

ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ‘ঢকুৱাখনা প্ৰিমিয়াৰ লীগ’ ছিজন-১ঃ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন, ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ক্ৰিকেটৰ ৰণ

Popular