অসম

উজনিত অবৰ্ণনীয় বান পৰিস্থিতিঃ পলসে পুতিছে ঘৰ, বিনষ্ট সা-সম্পত্তি…

উজনিত অবৰ্ণনীয় বান পৰিস্থিতি। পলসে পুতিছে ঘৰ, বিনষ্ট সা-সম্পত্তি। অসমত বৰষুণজনিত ভয়ংকৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে।

গুৱাহাটীৰ মহানগৰীৰ কৃত্ৰিম বানক লৈ মন্তব্য বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ

মহানগৰীৰ কৃত্ৰিম বানক লৈ চিন্তিত দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ।'মেঘালয়ৰ পৰা এইবাৰ বেছি পানী সোমাইছে মহানগৰীলৈ'।

উজনিৰ বানঃ তিনিখন জিলাত ২৮,৪১৮ পশুধনৰ চিকিৎসা, ৭২৫টাৰ মৃত্যু — মন্ত্ৰী নীলিমা দেৱী ।Assam floods

উজনিৰ বানঃ তিনিখন জিলাত ২৮,৪১৮ পশুধনৰ চিকিৎসা, ৭২৫টাৰ মৃত্যু — মন্ত্ৰী নীলিমা দেৱী ।Assam floods

বানপীড়িত জিলাসমূহত সাহায্য সামগ্ৰী বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সন্দৰ্ভত পৰ্যালোচনা বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ লগতে মূল্য নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ নিৰ্দেশ জিলা প্ৰশাসনক

হেলিকপ্টাৰেৰে বানাক্ৰান্তক যোগান ধৰা খাদ্য সামগ্ৰীৰ অৱস্থা…

'আমি গ'ৰু,ছাগলী নেকি,এনেকৈ দিছে যে'! হেলিকপ্টাৰেৰে যোগান ধৰা খাদ্য সামগ্ৰীৰ অৱস্থা চাওক।

Popular