Breaking

Browsing Category

অসম

দেৰগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থ অধ্যয়নৰ কৰ্মশালাৰ সফল সামৰণি

নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি গ্ৰন্থ জাগৰণ গঢ়াৰ উদ্দেশ্যে দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ উদ্যোগত তিনিদিনীয়া্ কাৰ্যসূচীৰে "গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা" শীৰ্ষক এক ব্যতিক্ৰমি কৰ্মশালা সফলতাৰে মঙলবাৰে সম্পন্ন হয়।
Read More...

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ…

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা'ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ। বিনামুলীয়া স্বাস্থ্য বীমা , জীৱন বীমা আঁচনি, হাউচিং কলনি নিৰ্মাণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যৰ সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি
Read More...

ধুবুৰীৰ জিলাৰ শৌলমাৰী আৰক্ষীৰ অভিযানত জব্দ ৫কুইণ্টল ৭৩ কেজি গো মাংস সহ এখন বিলাসী বাহন

ৰাজ্যত অব্যাহত আছে গো মাংসৰ চোৰাং সৰবৰাহ। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱা শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকিব ৰেজাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালাহাট অঞ্চলৰ পৰা A S 16 B 5508 নম্বৰৰ ছেনট্ৰ বাহনৰ পৰা 5 কুইন্টল 73 কেজি গো
Read More...

ৰূপকোঁৱৰে গঢ়ি তোলা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান তেজপুৰৰ “জ্যোতি কলা কেন্দ্ৰ সংগীত…

উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি গঢ়ি তোলাৰ এক আলোকসন্ধানী লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশেষ তৎপৰতাত দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি উঠা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান বৰ্তমানৰ জ্যোতি
Read More...

ৰজাপথাৰত তিৱা ছাত্র-ছাত্রীসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান

দেওবাৰে ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ তিৱা ছাত্র সন্থা, তিৱা মাথনলাই তখ্ৰা, তিৱা সাংস্কৃতিক সমাজ, ডিফু মাণ্ডলিক সমিতিৰ উদ্যোগত কৃতী ছাত্র ছাত্রীসকলৰ বাবে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।
Read More...

নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সোমবাৰে চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী মেডিকেল কলেজখন আকস্মিকভাৱে পৰিদর্শন কৰি কাম-কাজৰ পর্যবেক্ষণ কৰাৰ লগতে ৰোগীসকলৰ অভাৱ- অভিযোগৰো বুজ লয়।
Read More...

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে মইনা বৃষ্টি
Read More...

অসমীয়া-মিচিং ভাষাৰ দ্বি-ভাষিক ই আলোচনী ‘দকচিৰি’ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

অসমীয়া আৰু মিচিং ভাষাৰ জনপ্ৰিয় দ্বিভাষিক ই আলোচনী দকচিৰিৰ সোমবাৰে দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত কৰা হয়৷
Read More...

নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগাদন কৰে প্ৰায় ২৫গৰাকী লোকে।
Read More...

মালিগাঁৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত দেওবাৰে সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়।
Read More...