Breaking

Browsing Category

অসম

পানীগাঁও উ:মা: বিদ্যালয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ প্ৰচেষ্টাত বাটৰ নাট পৰিবেশন

অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত তেলাহী মৌজাৰ কেইবাটাও ৰাজহুৱা
Read More...

নাজিৰাৰ লক্ষ্মীজান বাগিছাত শ্ৰী শ্ৰী মাৰুতী পঞ্চকুণ্ডী মহাযজ্ঞৰ আয়োজন, মহাযজ্ঞত অংশগ্ৰহণ কৰিব সুদূৰ…

নাজিৰাৰ লক্ষ্মীজান চাহ বাগিছা শিৱ মন্দিৰ প্ৰাঙ্গণত শ্ৰী শ্ৰী মাৰুতী পঞ্চকুণ্ডী মহাযজ্ঞৰ বৃহৎ আয়োজন৷ এই ধৰ্মীয় অনুষ্ঠানত চাহ শ্ৰমিকসকলৰ লগতে
Read More...

ভাৰতবৰ্ষত কৰ্তব্যৰত টাইৱানৰ ৰাষ্ট্ৰদূত বৌছোৱান গেৰৰ সৈতে নতুন দিল্লীত মন্ত্ৰী পিয়ূষ হাজৰিকা…

ভাৰতবৰ্ষত কৰ্তব্যৰত টাইৱানৰ ৰাষ্ট্ৰদূত বৌছোৱান গেৰ (Baushuan Ger)ৰ সৈতে নতুন দিল্লীত এক বৈঠকত মিলত হয় অসমৰ কেবিনেট মন্ত্ৰী পিয়ূষ হাজৰিকা।
Read More...

পানীয়েই প্ৰাণীৰ প্ৰাণ! অথচ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰময় অসম মুলুকৰে এটা অঞ্চল

আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো বিশুদ্ধ খোৱা পানীৰ নামত দূষিত পানী সেৱন কৰি অহা এই খন অসম মূলুকৰে এটা অঞ্চল এয়া৷ যি সময়ত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি
Read More...

বৰপেটাৰ হাউলী থানাৰ অ’চিক ৰিজাৰ্ভ ক্ল’জ

হাউলী থানাৰ অ'চি গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। এটা দুৰ্ঘটনাৰ তদন্তত ভুল কৰাৰ বাবে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে হাউলী থানাৰ অ'চি গোপাল বৰাক।
Read More...

বিজেপি নেতা লাচিত গগৈ নিলম্বিত হ’ল দলৰ পৰা

দলৰ পৰা নিলম্বিত কৰিলে বিজেপিৰ অ'বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক। দলটোৰ অসম প্ৰদেশ কমিতিয়ে এক জাননী যোগে এই কথা সদৰী কৰিছে।
Read More...

তিতাবৰৰ খৰিকটীয়াৰ নিজ জন্মস্থানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কাশ্মীৰত হৃদৰোগত আক্ৰান্ত হৈ…

শুকুৰবাৰে কাশ্মীৰত মৃত্যু হোৱা চি আৰ পি এফ জোৱান টংকেশ্বৰ দাসৰ নশ্বৰ দেহ মৰিয়নিৰ নতুনমাটিৰ নিজ গৃহলৈ অনা হয়।বিশেষ বিমানযোগে কাশ্মীৰৰ অনন্তনাগ জিলাৰপৰা আজি যোৰহাটলৈ লৈ অনা হয়।
Read More...

সংগীতৰ শ্রোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ ‘ডেউকা মেলি দিলোঁ’

বৰ্তমান সময়ত অসমৰ প্ৰতিগৰাকী সংগীতানুৰাগীৰ বাবে আশাৰ এক বতৰাৰ নাম হৈ পৰিছে 'ডেউকা'। শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালি শৰ্মাৰ দীৰ্ঘদিনীয়া কষ্টৰ ফচল এই এলবামটোৰ প্ৰথমটি গীত মাতিলেই নামি অহা জোনাক' ক ইতিমধ্যে ৰাইজে আঁকোৱালি লৈ
Read More...