Breaking

Browsing Category

অসম

এক লাখ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন এক দৃঢ় খোজ…

এক লাখ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন এক দৃঢ় খোজ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাহসীক সিদ্ধান্ত আৰু কৰ্তব্যনিষ্ঠাৰ ফলস্বৰূপে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ মুখত হাঁহি বিৰিঙিছে- ডাঃ পেগু।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
Read More...

কাকতৰ ‘হকা’ৰক আৰ্থিক সাহায্য প্ৰদান সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ…

পিতৃৰ বিয়োগৰ পিছত বগা সাজ পিন্ধিয়েই চাইকেলেৰে ঘৰে ঘৰে খবৰ কাগজ বিলাই ফুৰা নগাঁৱৰ হৰি দাসলৈ সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আৰু আলোক প্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ হৰি দাসৰ ঘৰত উপস্থিত হ'ল এটি
Read More...

কুখ্যাত শিশু সৰবৰাহৰ ৰেকেট আটক, হোজাইত গ্ৰেপ্তাৰ ৬ জন

মঙলবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা ১০টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ডুমডুমা আৰক্ষীৰ এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশত
Read More...

টংলা কবি সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু তিথি পালন

ওদালগুৰি জিলাৰ এক কাব্য আন্দোলন টংলা কবি সন্মিলনৰ উদ্যোগত আৰু বতিয়মাৰী জ্যোতি স্মৃতি সংঘৰ আতিথ্যত "শইচৰ পথাৰ মানুহ" শীর্ষক এটি কাব্য আবেলি কথা, কবিতা ,গীত নৃত্যৰে এক বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়।
Read More...

শিশু সুৰক্ষা সুনিশ্চিত কৰিবলৈ ওদালগুৰিত ছাত্র ছাত্ৰীৰ চাইকেল ৰেলি

অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ আহ্বান মৰ্মে মঙলবাৰে ওদালগুৰি জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত "সুৰক্ষিত শৈশৱ, সোণালী অসম" শীৰ্ষক শিশু সুৰক্ষা ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ অংশস্বৰূপে চাইকেল ৰেলি
Read More...

সমষ্টি পুনৰ নিদ্ধাৰণৰ খচৰা সম্পৰ্কে বিলাসীপাৰাত বিভিন্ন দল-সংগঠনৰ বিশেষ পৰ্যালোচনা সভা

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃ বৃন্দৰ উপস্থিতিত ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা সম্পৰ্কে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, সচেতন নাগৰিক তথা বিজ্ঞ ব্যক্তিৰ লগত বিলাসীপাৰাত এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।
Read More...

“আঞ্চলিক পৰিষদ” আৰু বীজ সম্পৰ্কীয় পৰ্টেল “সাথী” উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

মঙলবাৰে গুৱাহাটীত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণে আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পিজিএছ ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণক আঞ্চলিক পৰিষদ হিচাপে দিয়া স্বীকৃতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ লগতে আৰু
Read More...

নীতিৰ পৰামৰ্শৰ বাবে দুদিনীয়া সামূহিক আলোচনা চক্র…

নীতিৰ পৰামৰ্শৰ বাবে দুদিনীয়া সামূহিক আলোচনা চক্র। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ২০২৩ চনৰ ৮ আৰু ৯ জুলাইত কৰ্মগোট বৈচিত্র্য, অন্তর্ভুক্তি, পাৰস্পৰিক সন্মানৰ C20 (Civil-20) নীতিৰ পৰামৰ্শৰ বাবে এখন সামূহিক আলোচনা চক্ৰৰ
Read More...

জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড°…

সোমবাৰে মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, "ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্য-কৰ্তাৰ বাবে দলীয় কাৰ্যালয়সমূহ মন্দিৰ সদৃশ। এই
Read More...