Breaking

Browsing Category

অসম

টংলাত ওদালগুৰি জিলা আপৰ কাৰ্যালয় মুকলি

দিল্লী,পাঞ্জাৱৰ দৰে অসমতো আপে অগ্ৰগতি লাভ কৰাৰ দিশে গতি কৰিছে৷ দেশৰ সমান্তৰালভাৱে ৰাজ্যটো ২০২৪ৰ লোকসভা কেন্দ্ৰীক নিৰ্বাচনী বতাহ ববলৈ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।
Read More...

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন৷ বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু ৷ ঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু ব্যক্তি জনৰ ৷ মৃত ব্যক্তি জন মাউৎগাঁৱৰ মনোজ গগৈ ওৰফে দুদুমণি
Read More...

মিচিং অধ্যুষিত অঞ্চলত গণবিদ্ৰোহৰ উকমুকনিঃ সোৱণশিৰৰ ভীমপৰাত সমষ্টি নিৰ্ধাৰণৰ খচৰাক লৈ উত্তাল প্ৰতিবাদ…

ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মিচিং অধ্যুষিত অঞ্চলত গণবিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে৷  ভাৰতীয় নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে সমষ্টি সমূহৰ পুলৰ সীমা নিৰ্ধাৰণ কেন্দ্ৰ কৰি ইতিমধ্যে অধিকাংশ মিচিং
Read More...

গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাত পক্ষী দিৱস উদযাপন…

সমগ্ৰ দেশতে বিশ্ব পক্ষী দিৱস পালন কৰাৰ লগতে বিগত বর্ষৰ দৰে এইবাৰো আজি গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ হাৰ বেৰীয়াম পেক্ষা গৃহত বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পতাকা উত্তোলন, বন্তি প্ৰজলন, স্মৃতি তৰ্পন আদি অনুষ্ঠানৰ লগতে এই
Read More...

হেৰাই গ’ল সেই সুমুধুৰ কণ্ঠ। বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ মৃত্যুত দৈনন্দিন বাৰ্তা…

হেৰাই গ'ল সেই সুমুধুৰ কণ্ঠ। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ GMCHত শেষ নিশ্বাস ত্যাগ। ৮৫ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাৰ। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা
Read More...

অসমবাসীৰ বাবে সুখবৰ; ইউনেস্কোত স্থান পাব ৮৮ বছৰ গৰকা দিখৌ দলঙে

বৃটিছ চৰকাৰে নিৰ্মান কৰা শিৱসাগৰৰ দিখৌ দলঙে অসমবাসীৰ লগতে শিৱসাগৰলৈ কঢ়িয়াই আনিছে এক সু খবৰ। ১৯৩৫ চনত বৃটিছ চৰকাৰে নিৰ্মাণ কৰিছিল দিখৌ দলঙ খন। নাজিৰাৰ অসম চাহ কোম্পানীলৈ জাহাজ চলাচলৰ বাবে দলঙৰ মাজৰ
Read More...

যোগীঘোপাত নৃশংস হত্যাকাণ্ড, ধনৰ লোভত বন্ধুয়ে হত্যা কৰিলে বন্ধুক

যোগীঘোপাত নৃশংস হত্যাকাণ্ড! সাহিনুৰ ইছলামে হত্যা কৰিলে বন্ধু নওসাদ আলীক। হত্যাকাৰী সাহিনুৰ ইছলামক যোগীঘোপা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।
Read More...

ছৌদি আৰৱৰ মক্কাত অসমৰ আৰু দুজন হজযাত্ৰীৰ মৃত্যু

ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে এই বছৰ হজ তীৰ্থযাত্ৰাৰ সময়ত গৰমৰ বাবে ক্লান্তি আৰু হিটষ্ট্ৰ’কত ভোগা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বৃহস্পতিবাৰে
Read More...

১৪ জুলাই অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব অসমীয়া বোলছবি ‘ভূমিপুত্ৰ’…

অসমৰ অসমীয়া সংস্কৃতিক গীত-মাত, নৃত্য আদিৰ লগতে বোলছবি জগতত জয় জয় ,ময় ময় হৈ বিশেষ উন্নতিৰ জখলা বগাই থকাৰ সময়তে আন এখন অসমীয়া বোলছবি অচিৰেই ছবিগৃহ লৈ অহাৰ আগ মুহূৰ্তত সমগ্ৰ দেশ-বিদেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ দৰ্শকৰ মাজত বিশেষ
Read More...

সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ বিদ্ৰোহ নাইঃ মুখ্যমন্ত্ৰী

ৰাজ্যত সমষ্টি পুণৰনিৰ্ধাৰণক লৈ কোনো শাসকীয় দল বিজেপি বিধায়কৰ মাজতে বিদ্ৰোহ আৰম্ভ হোৱা নাই৷ শুকুৰবাৰে তেজপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “আজি ৩০ তাৰিখ৷ ২০ তাৰিখৰ পিছত এই দহ দিনত মই বহু বিধায়কক লগ পাইছো৷
Read More...