Breaking

Browsing Category

অসম

বিলাসীপাৰা মহকুমা আদালতৰ ঐতিহাসিক ৰায়দান; হত্যাকাণ্ডত জড়িত ১০ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

বিলাসীপাৰাৰ চান্দিৰপাৰা তাৰাংগাপুৰ ১ম খণ্ড গাঁৱত ১৯৯৯ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷ গাঁও খনৰ বাসিন্দা তথা দুই ভাতৃ জহৰ আলী আৰু শহৰ আলীয়ে চাপৰত বজাৰ সমাৰ কৰি গৃহ অভিমূখে গৈ থকা অৱস্থাত
Read More...

কি পৰিস্থিতিত ৰাজ্যৰ বান…

বছৰৰ প্ৰথমটো বানে জুৰুলা কৰিছে ৰাজ্য। বৰষুণৰ পৰিমাণ কমাৰ লগে লগে বান পৰিস্থিতি কিছু উন্নত হৈছে। এটা চৰকাৰী বুলেটিনত উল্লেখ কৰা হৈছে যে অসমৰ বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে। এই বানত ইতিমধ্যে প্লাৱিত হৈছে ১১খনকৈ জিলা। ১.২ লাখ লোক এতিয়াও
Read More...

“এক তমাতৰ কি কীমত তুম কিয়া জানো, ৰমেশ বাবু!” বিলাহীৰ বৰ্ধিত মূল্যই অতিক্ৰম কৰিলে শতক!

বিলাহীৰ দাম আকাশলংঘী হৈছে, যাৰ বাবে মানুহৰ শাক-পাচলিৰ গ্ৰেভিৰ সোৱাদ ম্লান হৈ আহিছে। কোনো কোনো ঠাইত এই বিলাহীৰ দাম বৃদ্ধিৰ কথা শুনি মানুহৰ মুখখন বিলাহীৰ দৰে ৰঙা হৈ পৰিছে, আনহাতে কোনো কোনো ঠাইত বিলাহীৰ দামৰ দ্ৰুত বৃদ্ধিৰ বাবে বাবে ছ’চিয়েল
Read More...

উত্তৰ আয়াৰলেণ্ডত সাঁতোৰ বিষয়ত গৱেষণাৰ বাবে ফেল’চিপ লাভ ডিমৌ লখিমীনগৰ মেক্স ইন্দু ফুকনৰ

শিৱসাগৰ জিলাৰ ডিমৌৰ মেক্স ইন্দু ফুকনে সাঁতোৰ বিষয়ত গৱেষণা কৰিবৰ বাবে ভাইচ চেনেলৰ ৰিৰ্চাজ স্কলাৰস্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷ ডিমৌ লখিমীনগৰ নিবাসী মুকুন্দ ফুকন আৰু ইন্দিৰা বুঢ়াগোঁহাই ফুকনৰ একমাত্ৰ
Read More...

আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত সহ তেওঁৰ ৯ দেহৰক্ষী

সোমবাৰে তেজপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ভুৱা উপায়ুক্ত সহ ৯ জনীয়া এটা দল৷ তথ্য অনুসৰি, তেজপুৰত সোমবাৰে আবিৰ্ভাৱ ঘটে এজন ভুৱা উপায়ুক্তৰ।
Read More...

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰামভোলাপাৰাত আৰক্ষীৰ ড্ৰাগছ দাহ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ সোমবাৰে মানকাচৰৰ ৰামভোলাপাৰাত দাহ কৰে জিলা আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য,
Read More...

কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ২৪ জুনত ছাত্ৰ-ছাত্ৰীক লৈ ড্ৰাগছৰ বিৰুদ্ধে
Read More...

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন, সাত শতাধিক লোকৰে…

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত তিনিদিনীয়া সজাগতামূলক বাটৰ নাট কাৰ্যসূচীৰ দেওবাৰে বিয়লি
Read More...

তেজপুৰত নতুন শৈলীৰ ইন্টিমেট থিয়েটাৰৰ শীত তাপ নিয়ন্ত্ৰিত ষ্টুডিঅৰ শুভাৰম্ভ, জে বি প্ৰডাকচনৰ উদ্যোগত…

নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে শনিবাৰে সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট থিয়েটাৰ" ৰ এটি ষ্টুডিঅ। মূলতঃ নাট মঞ্চস্থৰ ক্ষেত্ৰত দেখা দিয়া ব্যয় বহুলতা দূৰ কৰি আধুনিক শৈলী উপস্থাপনেৰে বৰ্তমান সময়ৰ তৰুণ
Read More...

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য আৰু মুখ্য উপদেষ্টা হ’ল মুখ্যমন্ত্ৰী; ক্ৰীড়া উন্নয়নৰ পৰিকল্পনাত…

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দেৱজিত শইকীয়াৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ড° শৰ্মাক তেওঁৰ কাৰ্যালয়ত
Read More...