Breaking

Browsing Category

অসম

৯১ গৰাকী নিকটাত্মীয়লৈ পেন্সন, লোকতন্ত্ৰ সেনানীক স্মৰণ অসম চৰকাৰৰ

৪৮ বছৰ পূৰ্বে অৰ্থাৎ ১৯৭৫ চনৰ আজিৰ দিনটোত দেশত ঘোষণা কৰা হৈছিল জৰুৰীকালীন অবস্থা। লোকতন্ত্ৰৰ সেনানী সকলক দেওবাৰে অসম চৰকাৰে শ্ৰদ্ধাৰে সোৱঁৰণ কৰাৰ লগতে ৯১ গৰাকী নিকটাত্মীয়লৈ মাহিলী পেন্সন ঘোষণা কৰে৷
Read More...

খোৱা পানী বিচাৰি ভাৰত- ভূটান সীমান্তত হাহাকাৰ

জল জীৱন মিছনৰ গুৰুত্বহীন কাৰুকাৰ্যত ক্ষোভিত ভাৰত ভূটান সীমান্তৰ শশীপুৰৰ ৰাইজ। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱত হাহাকাৰ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ প্ৰায় ৫০০ পৰিয়ালৰ একমাত্ৰ খোৱাপানীৰ ব্যৱস্থা
Read More...

অসমৰ বান পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তেওঁক ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে। লগতে তেওঁ কয় যে গৃহমন্ত্ৰীয়ে কোনো
Read More...

অসমৰ তিনিচুকীয়াত বজ্ৰপাতত নিহত মাতৃ-কন্যা

ৰাজ্যত হোৱা প্ৰবল বৰষুণ আৰু তীব্ৰ ধুমুহাৰ মাজতে শনিবাৰে অসমৰ তিনিচুকীয়া জিলাত বজ্ৰপাতৰ ফলত এগৰাকী মাতৃ আৰু কন্যাৰ মৃত্যু হয়। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনিহুটি গাঁৱত সংঘটিত হৈছে এই ঘটনা।
Read More...

গোপাল দাস স্মৃতি দিৱসৰ সামৰণি

গুৱাহাটী ছাত্ৰীবাৰী গোপাল মেনচনত শনিবাৰে বিয়লি ৪ বজাত গোপাল দাস স্মৃতি দিৱসৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ মধ্যগুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰতিমা দেৱী গোস্বামীৰ
Read More...

বিশ্বনাথৰ নদুৱাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মশালা

বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আয়োজন কৰা এদিনীয়া কাৰ্যসুচীৰে জনগোষ্ঠীটোৰ উন্নয়নৰ বিভিন্ন দিশ তথা সাংগাঠনিক দিশৰ ওপৰত আলোকপাত কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা
Read More...

চেলেংহাটৰ দলংঘাট হাতীমূৰীয়া গাঁৱত জাঁজী নদীৰ ভয়ংকৰ খহনীয়া

বাৰিষাৰ আগমনে নদীকাষৰীয়া অঞ্চলৰ ৰাইজৰ জীৱন জীৱিকালৈ ভাবুকিৰ সৃষ্টি কৰাৰ সময়তে শনিবাৰে যোৰহাট জিলাৰ সীমামূৰীয়া চেলেংহাটৰ দলংঘাট হাতীমূৰীয়া গাঁৱৰ গৰা খহনীয়াৰ পৰিদৰ্শন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পৰীক্ষিত ফুকনে।
Read More...

নগাঁৱত বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰ

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন নগাঁও শাখাৰ উদ্যোগত শনিবাৰে নগাঁৱত অনুষ্ঠিত হয় বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিৱিৰ। নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিৰ পূজা মণ্ডপৰ সমীপত অনুষ্ঠিত হোৱা ভ্ৰাম্যমাণ চিকিৎসা
Read More...

“কেৰিয়াৰ হাতপুথি” কিতাপখন উপহাৰ দিয়কঃ ড° বুলজিৎ বুঢ়াগোহাঁই…

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান- সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰি বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অৰ্জন কৰা শিক্ষার্থীক
Read More...

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰে…

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম বৈদিক বৈষ্ণৱ মহাসভাৰ মাননীয় সভাপতি শ্ৰীৰামেশ্বৰ বৰাৰ নেতৃত্বত অহা প্ৰতিনিধি দলে সাক্ষাৎ কৰে।
Read More...