Breaking

Browsing Category

অসম

শিৱসাগৰৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দূৰ্গাধৰ বৰাৰ পৰলোকপ্ৰাপ্তি;…

শিৱসাগৰৰ নামতি চেতিয়া গাঁৱৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি শিক্ষাবিদ, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্গাধৰ বৰাৰ৷ শিক্ষাজগত আৰু বিভিন্ন সমাজিক অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত থকা
Read More...

বটদ্ৰৱাত দহদিনীয়া বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন

সাঁচিপাত সাংস্কৃতিক গোষ্ঠী বটদ্ৰৱাৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বটদ্ৰৱাত আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা।
Read More...

শৰাইঘাটৰ যুদ্ধ অংকন কৰি তনয়া ৰাজখোৱাৰ ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডত স্থান লাভ

ভাৰত বুৰঞ্জীৰ অন্যতম ঐতিহাসিক যুদ্ধ হিচাপে পৰিগণিত অসমৰ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ ৰণক ৰং-তুলিকাৰে অংকন কৰি ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ তনয়া ৰাজখোৱাই৷
Read More...

তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি, ৰাভা হাছং ক্ৰীড়া সন্থালৈ চেম্পিয়নৰ খিতাপ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২১ জুনৰ পৰা দুধনৈ উদয়পুৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰু ৰাভা হাছং মহিলা ফুটবল প্ৰতিযোগিতা (লৰা-ছোৱালী)ৰ শনিবাৰে
Read More...

বিশ্বনাথৰ বালিজানত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বধৰ্না

বিশ্বনাথৰ বালিজান গাঁও উন্নয়ন সমিতিৰ সৌজন্যত কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বধৰ্না অনুষ্ঠান দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাখন অৰ্পনা বৰাৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়।
Read More...

মৰিয়নিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

মৰিয়নি নিউসোনোৱাল সেউজী গাঁওত প্ৰায় ৯৮৪ টা বিয়েৰ কেন আৰু ২৪০০টা ৰমৰ বতল সহ প্ৰায় তিনি লক্ষ্যাধিক টকাৰ অবৈধ সুৰা সহ বলেৰ পিকআপ এখন মৰিয়নি আৰক্ষীয়ে জব্দ কৰে।
Read More...

হাতীচোঙত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত আৰু মাধৱ সাংস্কৃতিক ন্যাসৰ সহযোগত ১৫ জুলাই তাৰিখে পূৱ হাতীচোং ব্ৰাহ্মণগাওঁ সমূহীয়া ভৱনত ২০২৩ বৰ্ষৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়।
Read More...

দেৰগাঁৱৰ ৰেডিয়েন্ট কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

দেৰগাঁৱৰ অন্যতম এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰেডিয়েন্ট জুনিয়ৰ কলেজত শনিবাৰে ২০২৩ বৰ্ষৰ গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। সভাত
Read More...

দৰঙৰ নামখলাত নৃত্য, অভিনয় আৰু সুকুমাৰ কলা বিষয়ত কৰ্মশালা

দৰঙৰ নামখলাত নৱ মিলন সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত নৃত্য, অভিনয় আৰু সুকুমাৰ কলা বিষয়ৰ কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে। শতাধিক
Read More...

জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল আধুনিক নৃত্য…

"নৱপ্ৰজন্ম খেলা-ধূলা, লোক সংস্কৃতিৰ প্ৰতি তথা শিপাৰ সন্ধান কৰিবলৈ আগ্ৰহী। অত্যাধিক টিউচন, মোবাইল আদিত ব্যস্ত ৰাখি সন্তানক এক যন্ত্ৰলৈ ৰূপান্তৰিত নকৰিব' – এই ভাষ্য হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাৰ।
Read More...