অসম

স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা হাতীমূৰাৰ শিলত খুদিত দূৰ্গা মন্দিৰত দূৰ্গা পূজা

দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ । সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দূৰ্গা পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত...

লেখাপানীত দুই উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল ‘এডভেন্সাৰ চাফাৰী ৰিজৰ্ট’

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰত পৰ্য্যটনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মুকলি কৰা হয়  অফ ৰোড এডভেন্সাৰ চাফাৰী ৰিজৰ্ট । পাহাৰপুৰৰ দুজন উদ্যমী...

জাগুনত এন এছ চি এন(আই এম)ৰ সদস্য আটক

জাগুনত মঙ্গল বাৰে সেনাবাহিনীৰ দ্বাৰা আটক কৰা হয় এজন এন, এছ, চি, এন(আই, এম)ৰ দুৰ্ধৰ্ষ কেডাৰ। জাগুনস্থিত সেনাছাউনিৰ এটা দলে অভিযান চলাই আটক কৰে...

শিমলীতোলাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

পুৰোহিতৰ মন্ত্ৰোচাৰণ তথা ধাক ঢোলৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ তেনে সময়তে সংকীৰ্ণতা কিম্বা বিভেদৰ বিৰুদ্ধে  সমন্বয় আৰু ভাতৃত্ববোধৰ এক অনুকৰণীয় ছবি প্ৰস্ফুটিত হৈছে...

ধুবুৰীৰ দত্তবাৰীৰ ১৬১বছৰৰ পূজা

ধুবুৰীৰ দত্তবাৰীৰ দূৰ্গাপূজা এইবেলি ১৬১ বছৰত ভৰি দিব৷ পূজাখন আৰম্ভ হৈছিল ১৮৬১ চনত৷ পৰিয়ালটোৰ তৃতীয় পুৰুষ প্ৰয়াত ৰাজমোহন দত্তৰ পত্নী ৺ৰাশমনি দত্তৰ উদ্যোগত আৰম্ভ হৈছিল...

Popular