অসম

চাপৰত পিষ্টল সহ দুজন লোকক আটক

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে শুক্ৰবাৰে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই দুটা পিষ্টল সহ দুজন লোকক আটক...

নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় সোণাৰিলৈ স্হানান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নাজিৰা মহকুমাত অৱস্হিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি চৰাইদেউ জিলাৰ সোণাৰিলৈ স্হানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাত তীব্ৰ...

আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী

 বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই...

নগৰবেৰাৰ খামেৰীত কাপোৰ ধুব গৈ নৈত পৰি কিশোৰীৰ সলিল সমাধি

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী ভিটাপাৰাত কাপোৰ ধুব গৈ সলিল সমাধি ঘটিল এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ। গাঁৱখনৰ আব্দুৰ ৰহিমৰ কন্যা ১২...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত ছিপাঝাৰৰ হাতীমূৰীয়া গাঁৱৰ কণমানি : আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন

পখিলা খেদা বয়সতে ছিপাঝাৰৰ এগৰাকী কণমানি শিশু জটিল ৰোগত আক্ৰান্ত হৈছে । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ অতুল নাথ আৰু মৃদুলা...

Popular