অসম

“বিজেপি চৰকাৰ গ’ বেক” ধ্বনিৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল মুকালমুৱা

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিত খাতিখোৱা জনসাধাৰণক কোঙা কৰাৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে আজি  মুকালমুৱাত ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন...

শ্যাম ষ্টীলৰ ব্ৰেণ্ড এম্বেচেডৰ লাভলিনা বৰগোহাঁই আৰু মনপ্ৰীত সিং

টিএমটি বাৰৰ অন্যতম আগশাৰীৰ প্ৰযোজক আৰু নিৰ্মাতা শ্যাম ষ্টীলে অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু মনপ্ৰীত সিঙক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে। "মাকচাদ তো ইণ্ডিয়া কো বানানা হে"ৰ অভিযানৰ সৈতে সংগতি...

ৰঙাপৰাত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ শিবিৰ

ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি ৰঙাপৰা মণ্ডল সমিতিৰ উদ্যোগত স্বাস্থ্য সয়ংসেৱক আভিযানৰ প্ৰশিক্ষণ কৰ্মশালা ৰঙাপৰা নগৰৰ বৰজুলি শ্ৰমিক কল্যাণ বিষয়াৰ কাৰ্যালয়ত...

অন্ধকাৰৰ মাজতো জীৱনৰ চন্দ্ৰ বিচাৰি পোৱা জন্মান্ধ শিল্পী গৰাকী

দাইটিৰ দুচকুৰ সন্মুখত কেৱল নিৰন্ধ্ৰ অন্ধকাৰ ৷ সন্মুখত নাই ৰামধেনুৰ সাতোৰঙৰ খেলা অথৱা বিস্তীৰ্ণ পথাৰৰ সেউজীয়া মনোমোহা দৃশ্য ৷ নাই ডাৱৰৰ আৰে আৰে কৰা...

পাণ্ডু,ভঙাগড় আৱকাৰী বিভাগৰ অভিযান: বিদেশী সুৰা, বিয়েৰ জব্দ, মহিলাসহ দুজনক আটক

আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত  গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ  কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে...

Popular