অসম

নিবন্ধকাৰ গোপাল জালানৰ শেহতীয়া গ্ৰন্থ ‘সত্যানুসন্ধান’ উন্মোচন

আজি ‘সাদিন’ৰ সম্পাদনা কক্ষত ‘বাৰ্তাপখিলী’ৰ কাৰ্যবাহী সম্পাদক, সাংস্কৃতিক কৰ্মী তথা নিবন্ধকাৰ গোপাল জালানৰ শেহতীয়া গ্ৰন্থ ‘সত্যানুসন্ধান’ উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ...

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত ...

নগাঁৱৰ কলং নৈত জপিয়াই কিশোৰৰ আত্মহত্যা

নগাঁও চহৰৰ কলং নৈৰ ওপৰত থকা আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ পৰা আজি পুৱা প্ৰায় ৮ বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰে পানীত জপিয়াই আত্মহত্যা কৰা...

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, গুৱাহাটী মহানগৰীলৈ ভাবুকি !

বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ...

গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ–পূব সীমান্ত ৰে’লৱেই অহা ১২ জুলাইৰ পৰা পৰৱর্তী নির্দেশ নিদিয়ালৈ গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰে’লযাত্রীসকলৰ...

Popular