অসম

ইটাখোলাত হেৰ’ইনসহ ধৃত ড্ৰাগছ বেপাৰী

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-শাখা চকীৰ অন্তৰ্গত বালিডোঙাত কালি হেৰ'ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুচেইন,চক্ৰ পৰিদৰ্শক দিলীপ বনীয়া আৰু...

মৰাণ সৰগফলা গোহাঁই গাঁৱত মৃত প্ৰকাণ্ড নাহৰফুটুকী বাঘ উদ্ধাৰ

ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা  গোহাঁই গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰকাণ্ড এটা মৃত নাহৰফুটূকী  বাঘ । অঞ্চলটোৰ নগেন বৰা  নামৰ ব্যক্তি জনৰ ঘৰৰ...

ডিমৌত অবৈধ চুলাই ভাটিৰ বিৰোদ্ধে আৰক্ষীৰ অভিযান অব্যাহত,শ শ লিটাৰ অবৈধ চুলাই নষ্ট

এফালে ক'ৰনাৰ ত্ৰাস আনফালে আকৌ দৈনিক বৃদ্ধি পাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। ক'ৰনাৰ এনে সংকট কালতো কিন্তু একাংশ লোকে চলাই গৈছে অবৈধ সুৰাৰ ব্যৱসায়।...

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীৰ ভয়ংকৰ খহনীয়া, গড়াখহনীয়া ৰোধৰ স্থায়ী সমস্যা সমাধানৰ দাবী বিহালীবাসীৰ

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীয়ে ভয়ংকৰ খহনীয়া আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি বৰগাং নদীৰ পানী বাঢ়ি অহাত বিহালী সমষ্টিৰ  বৰঝাৰণী গাওঁ পঞ্চায়তৰ...

বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, উপস্থিত মুখ্যমন্ত্ৰী

সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগাসন শিৱিৰ।এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ...

Popular