অসম

লক্ষীপুৰ জলেশ্বৰৰ ভয়াবহ গড়াখহনীয়াৰ বুজ ললে উপায়ুক্তই

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ টাকিমাৰী অঞ্চলত  ভয়াবহ ভাবে অৱ্যাহত থকা গড়াখহনীয়াৰ কালি আবেলি  বুজ লবলৈ আহে  গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে ।উল্লেখ্য যে জলেশ্বৰৰ টাকিমাৰী,...

কামৰূপ,গোৱালপাৰাৰ সীমামূৰীয়া দুখন গাঁৱৰ শতাধিক বাঁহ শিল্পীৰ স্তব্ধ জীৱন জীৱিকা, সাপ্তাহিক বজাৰ বন্ধই অন্ধকাৰ নমাই আনিছে ডেৰ শতাধিক পৰিয়াললৈ

 গোৱালপাৰা জিলাৰ সীমামূৰীয়া পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত কমাৰ পথাৰ গাঁৱৰ নয়াপাৰা আৰু তেলিপাৰাৰ দুখনকৈ চুবুৰীত বসবাস কৰা  প্ৰায় ডেৰ শতাধিক পৰিয়াললৈ নামি আহিছে ঘোৰ...

জোনাইত জলসম্পদ মন্ত্ৰী পীষুজ হাজৰিকা৷ জোনাইৰ লালী চিয়াং নদীয়ে সৃষ্টি কৰা বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন৷ টিএমপিকেৰ স্মাৰকপত্ৰ প্ৰদান৷

অসম বিধানসভাৰ অধিবেশন সমাপ্ত হোৱাৰ পিছৰে পৰা গেৰুৱাদল নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানপানী নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ সমষ্টিয়ে...

মুকালমুৱাত নিচাজাতীয় দ্ৰব্যসহ ধৃত ৰঞ্জন আলী৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক...

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধৰ দাবী আছুৰঃক’ভিডৰ আতংকঃমন্ত্ৰী পীযুষ হাজৰিকাই আতিথ্য নল’লে এন এইচ পি চিৰ

২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰিি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধৰ দাবী জনাইছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত ছাত্ৰ...

Popular