অসম

নৈশ কাৰ্ফিউৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান

 ক’ভিড-১৯ ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে  ৰাজ্যজুৰি অব্যাহত আছে  কাৰ্ফিউ ৷ দিনৰ ১১ বজাৰ পৰা বন্ধ হৈ পৰা জনজীৱনত অৰ্থনৈতিক ভাৱেও কোঙা হৈ পৰিছে অধিকাংশ লোকে।...

ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মডাৰ্ণ ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সম্ভৱা কাশ্যপে

দেশত ক'ৰণা মহামাৰীৰ আতংকময় পৰিবেশৰ মাজতে ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা সম্ভৱা...

সোণাৰিত খাদ্যৰ নামত বৰবিহৰ বজাৰচৌধুৰী পাপৰৰ পেকেটৰ ভিতৰত ভিতৰত ওলাল ভেকুঁৰ উঠা পাপৰ।

ক'ভিড সৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী...

ৰৌতাত ক’ভিড বিধি নমনাক আৰক্ষীৰ লাঠী

মহামাৰী ক'ভিড  ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সেয়ে দেশ তথা  ৰাজ্যখনত  ক'ভিড-১৯ ৰ  বিধি মানি চলা...

নৃশংস: যুৱতীক অমানৱীয় অত্যাচাৰ,ধৰ্ষণ একাংশৰ

ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে এক ভিডিঅ’ । এগৰাকী যুৱতীক কেইজনমান যুৱক সহিত এগৰাকী যুৱতীয়ে চলাইছে অমানৱীয় অত্যাচাৰ।অৱশ্যে এই ভিডিঅ’ ক’ত, কেতিয়া সংঘটিত হৈছে...

Popular