অসম

আলোপতিৰ একাংশ উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ,গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে ৰাজপথ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিত একাংশ উদীয়মান যুৱকৰ প্ৰশসংনীয় পদক্ষেপ, চৰকাৰ কিম্বা জনপ্ৰতিনিধি ল'ই বাট নাচাই হাতে হাতে কোৰ-বস্তা লৈ পথ মেৰামতি কৰিলে অঞ্চলটোৰ...

কাগজ কল পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। অলপতে মৃতপ্ৰায় কল...

বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ : কেইবাখনো গাৱৰ যোগাযোগ বিচ্ছিন্ন।

যোৱা কিছুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বৰষুণৰ বাঢ়নি পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথৰ একাংশ উটুৱাই নিয়ে। ৰঙিয়াৰ সমীপৱৰ্তী বাক্সা জিলাৰ ধেপাৰগাৱত বৰষুণৰ...

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ,২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ ২.৯৬ শতাংশ,এদিনত ৰাজ্যত ক’ভিডত আক্ৰান্ত ৩৯৪৮জন,কামৰূপ(মঃ)ত নতুনকৈ আক্ৰান্ত ৩৪১জন,পৰীক্ষা সম্পন্ন হৈছিল ১ লাখ ৩৩ হাজাৰ...

বৈষ্ণো দেৱী ভৱনৰ ওচৰৰ কেছ কাউণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড

জম্মু-কাশ্মীৰৰ মা বৈষ্ণো দেৱী ভৱনৰ ওচৰত জুই (Fire at vaishno devi Temple) লগাৰ খবৰ পোৱা গৈছে। সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি, মা বৈষ্ণো দেৱী...

Popular