অসম

ত্ৰিপুৰাৰ গোমতী জিলাত বাহন বাগৰি ৪ বিজেপি নেতা নিহত আহত ৮

দক্ষিণ ত্ৰিপুৰাৰ গোমতী জিলাত এখন বাহন বাগৰি পৰাত লগে লগে তিনিগৰাকী মহিলাসহ কমেও চাৰিজন বিজেপি নেতা নিহত হয় আৰু আহত হয় আঠগৰাকীকৈ লোক।

ৰঙিয়াত ভবেশ কলিতাৰহৈ মন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া দ্বীতিয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা...

বোকাখাতত আজি ১৪৪৩৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১ গৰাকীৰৰ ৰাজনৈতিক নেতাৰ ভৱিষ্যত

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ৯৩ ন বোকাখাত বিধান সভা সমষ্টিত ১৮৫ টা ভোটগ্ৰহন কেন্দ্ৰত ১৪৪৩৬৩ গৰাকী ভোটাৰে আজি  নিৰ্ণয় কৰিব ১১ গৰাকীৰ প্ৰাৰ্থীৰ...

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক চিকিৎসালয়ত ভৰ্তি

ৰাষ্ট্ৰপতি ৰামনাথ ক'বিন্দক শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতিগৰাকীক নতুন দিল্লীৰ আৰ এণ্ড আৰ হাস্পতালত ভৰ্তি কৰা হয় । ৭৫ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে পুৱা বুকুৰ অস্বস্তি অনুভৱ কৰাত...

বাক্সাত ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ

আজিৰে পৰা বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আগন্তুক বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।...

Popular