অসম

মৰিগাঁও জিলাত ১ এপ্ৰিলত চৰকাৰী বন্ধ ঘোষণা

অহা ১ এপ্ৰিল তাৰিখত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে উক্ত দিনটোত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে ।...

২৮ মাৰ্চত কামৰূপ মেট্ৰ’ত শুকান দিন

কামৰূপ মেট্ৰ'ৰ উপায়ুক্তই জাৰী কৰা নিৰ্দেশ অনুসৰি জিলাখনৰ সকলো খুচুৰা আইএমএফএল আৰু দেশস্পিৰিটৰ দোকান হোলীৰ বাবে ২৮ মাৰ্চৰ আবেলি ৪ বজালৈকে বন্ধ কৰা হ'ব।

টীয়কত ই,ভি,এম, বিসংগতি : ভোটাৰৰ হাৰাশাস্তি

যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ টীয়কৰ বিভিন্ন প্ৰান্তত ই, ভি, এমৰ বিসংগতিৰ বাবে নিৰ্ধাৰিত সময়ত ভোট গ্ৰহণ...

ত্ৰিপুৰাৰ গোমতী জিলাত বাহন বাগৰি ৪ বিজেপি নেতা নিহত আহত ৮

দক্ষিণ ত্ৰিপুৰাৰ গোমতী জিলাত এখন বাহন বাগৰি পৰাত লগে লগে তিনিগৰাকী মহিলাসহ কমেও চাৰিজন বিজেপি নেতা নিহত হয় আৰু আহত হয় আঠগৰাকীকৈ লোক।

ৰঙিয়াত ভবেশ কলিতাৰহৈ মন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া দ্বীতিয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা...

Popular