অহা ১ এপ্ৰিল তাৰিখত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে উক্ত দিনটোত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে । জিলা খনৰ অন্তৰ্গত থকা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চাহ বাগিচা আৰু উদ্যোগ আদি বন্ধ থাকিব । NIAct, 1881(25) ৰ অধীনত জিলাৰ বেঙ্কৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহো ১ এপ্ৰিলত বন্ধ থাকিব । আনহাতে জৰুৰীকালীন সেৱা বিভাগ আৰু বিধানসভা নিৰ্বাচনৰ দায়িত্বত থকা লোকৰ বাবে এই বন্ধ প্ৰযোজ্য নহব ।
Breaking
- শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
- নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।
- বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস
- ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন
- ‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী
- যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
- ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব
- প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত
- মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা