অসম

ঐতিহ্যপূৰ্ণ মাজুলীৰ শালমৰাৰ মৃৎ শিল্পলৈ ভাবুকি

ইতিহাসে গৰকা নৈ-দ্বীপ মাজুলীৰ শালমৰাত শতিকাযুৰি পলাশ ৰঙীন ৰ'দৰ পৃষ্ঠা হৈ জিলিকি আছে ঐতিহ্যপূৰ্ণ মৃৎ শিল্প। শালমৰাবাসীৰ জীৱন-জীৱিকাৰ প্ৰধান উৎস মৃৎ শিল্পই মাজুলীৰ পৰ্যটন...

বাঙ্গালুৰুলৈ সংস্থাপন বিচাৰি যোৱা তিতাবৰৰ মোহনাটিং বৰুৱাবাৰীৰ যুৱক ৰিতুপন ৰাজখোৱা সন্ধানহীন

তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম তিতাবৰৰ মোহনাটিং বৰুৱাবাৰী গাঁৱৰ ৰিতুপণ ৰাজখোৱা নামৰ ৩৯ বছৰ বয়সৰ এজন ব্যক্তি পাঁচদিনে নিৰুদ্দেশ। যোৱা ৯ ফেব্ৰুৱাৰীত কোম্পানীত সংস্থাপন বিচাৰি...

চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত চৰাইদেউ জিলা আবকাৰীৰ

চৰাইদেউ জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে জিলা আৱকাৰী বিভাগে নিতৌ অভিযান অব্যাহত ৰাখিছে। সোমবাৰে সোণাৰি আবকাৰীৰ উদ‍্যোগত মথুৰাপুৰ, টেঙাপুখুৰী আৰক্ষীৰ সহযোগত যুতীয়াভাৱে চুলাই...

“সেই জন্তুটোৰ নাম কি” কাব্যগ্ৰন্থৰ বাবে “অসমীয়া কাব্য সাহিত্য বঁ‌টা” হীৰেণ গোঁ‌হাইলৈ…

নিজৰাপাৰৰ হীৰেণ গোঁ‌হাইৰ ঘৰৰ পদূলিমুখত নীলিম কুমাৰে আমাৰ ৰাজপথৰ কবিতাৰ তৰফৰ পৰা "সেই জন্তুটোৰ নাম কি" কাব্যগ্ৰন্থৰ বাবে "অসমীয়া কাব্য সাহিত্য বঁ‌টা" প্ৰদান কৰে...

জ্যোতি চিত্ৰবনত কবিতা আৰু নৃত্যৰ অপৰূপ সমাহাৰ

অসমৰ নৃত্যৰ ক্ষেত্ৰখনত নিজৰ সৃষ্টিশীল প্ৰতিভাৰে গুণী এগৰাকী নৃত্যকৰ তথা নৃত্য পৰিচালক হিচাপে নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা জিন্তু বৰপুজাৰীৰ আন এক পৰিচয় হৈছে...

Popular