অসম

১৩২৪ গৰাকী কোভিড যোদ্ধাৰ চাফাই কৰ্মচাৰীৰ পুনৰ সংস্থাপনৰ দাবীত চচলত আমৰণ অনশন; দাবীসমূহৰ পূৰ্ণ সমর্থন আম আদমি পাৰ্টীৰ

অসম কোভিড-১৯ চাফাই কৰ্মচাৰী সন্থাৰ হৈ কৰুণা কান্ত পাঠকে চচলত অনিৰ্দিষ্টকালৰ বাবে আৰম্ভ কৰা অনশন কাৰ্যসূচীলৈ আম আদমি পাৰ্টীয়ে তেওঁলোকৰ দাবী প্রতি পূৰ্ণ সমর্থন...

কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ ! জিলাখনত অব্যাহত মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা কাৰ্যসূচী…

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত 'ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩'ৰ...

যোৰহাট জিলাৰ বসন্ত চিৰিং ফুকনে লাভ কৰিলে “Progressive Mushroom Grower Award “…

২০০১ চনত যুৱকজনে প্ৰথমে অয়ষ্টাৰ কাঠফুলা (Oyster Mushroom)ৰ খেতি কৰি প্ৰতিদিনে ৫০-৬০ কিলোগ্ৰাম উৎপাদন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ ২০০৪ চনত তেওঁৰ ঘৰুৱা প্ৰয়োজনৰ বাবে...

জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চচলত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট…

অসমৰ আদিম অধিবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ শৈক্ষিক,...

৮ বছৰত ৰাজ্যত নাৰীজনিত অপৰাধৰ সংখ্যা ২ লাখ ৯৮ হাজাৰ। গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনা ২,৬৭৭ টা…

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ...

Popular