অসম

সন্তানহীন দম্পত্তি বৃদ্ধাশ্ৰমলৈ আহক, প্ৰনাম আঁচনি গ্ৰহণ কৰাটোৱেই দুৰ্ভাগ্যজনক – পীয়ূষ হাজৰিকা

যি সন্তানে নিজৰ পিতৃ-মাতৃক শ্ৰদ্ধা সন্মান নকৰে তেওঁলোকৰ ভৱিষ্যত এদিন হলেওঁ অন্ধকাৰ হ'বই। এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। বুধবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য...

এসপ্তাহৰ ভিতৰত আত্মসহায়ক গোটলৈ ১০ হাজাৰ। মাইক্ৰ’ফাইনেন্স ঋনৰ বাবদ চৰকাৰৰ ব্যয় ১২ হাজাৰ ৫০০ কোটি…

নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে মাইক্ৰ'ফাইনেন্স ঋণী সকলৰ ঋণ বেংকক ওভোটাই দিয়াৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰে ১২ হাজাৰ ৫০০ কোটি টকা। আনহাতে...

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা কৰ্মীৰ, তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি…

তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা-কৰ্মী সকলৰ। বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মজয়ন্তী। বুধবাৰৰ দিনটোতে ১৯৩৬ চনত অভিবক্ত শিৱসাগৰ জিলাত...

চোৰেও দেখুৱালে মহানুভৱতা; নলবাৰীৰ ঐতিহাসিক গণেশ দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহ-অলংকাৰ থৈ গ’ল চোৰে

নলবাৰী জিলাৰ বৰনৰ্দ্দীস্থিত ঐতিহাসিক গণেশ দেৱালয়ত চুৰি হোৱা মূল বিগ্ৰহ আৰু অলংকাৰ পুনৰ থৈ গ’ল চোৰে। বুধবাৰে পুৱাই মন্দিৰৰ চোতালত গণেশৰ বিগ্ৰহ আৰু আ-...

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭-৩০ বজাত সহকাৰী অধ্যাপক...

Popular