অসম

১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ(CAPF) নিয়োগ পৰীক্ষা; অসমীয়া ভাষাতো থাকিব প্ৰশ্নকাকত

কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্তই সু-বাৰ্তা কঢ়িয়াই আনিছে অসম লৈ। হিন্দী আৰু ইংৰাজীৰ উপৰিও এইবাৰ ১৩ টা আঞ্চলিক ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) বাবে...

ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যসূচী YUVIKAৰ বাবে নিৰ্বাচিত তিনিচুকীয়া ছাত্ৰ

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত৷ তিনিচুকীয়া কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ অংগৰাগ বৰকাকটি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা আয়োজিত সন্মানীয় "যুৱ বিজ্ঞানী কাৰ্যসূচী"...

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ব্যক্তিগত শিক্ষাঅনুষ্ঠানত বিনামূলীয়া হ’ব দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা

ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ২৫ শতাংশ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে গুৱ‍াহাটী উচ্চ ন্যায়ালয়ে৷ আবেদনকাৰী বিপিএলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ব্যক্তিগত শিক্ষানুষ্ঠানত বিনামূলীয়া...

উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে কৰিলে উদ্বোধন

২০১৭ চনত আধাৰশিলা স্থাপন কৰা AIIMS আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইখন হৈছে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। আজি গৰু বিহুৰ দিনাই অসমবাসীক...

‘বিহু’ক বিহাৰৰ উৎসৱ বুলি কৈ বিতৰ্কত সোমাই পৰাৰ পিছতেই ক্ষমা খুজিলে হেমা মালিনীয়ে

অৱশেষত ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰী হেমা মালিনীয়ে। হেমা মালিনীয়ে সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল৷ বৃহস্পতিবাৰে ৩ ৰাজ্যৰ উৎসৱৰ...

Popular