Breaking

Browsing Category

অসম

কৃত্ৰিম বানত বুৰ গ’ল পুৰণিগুদাম জনবহুল পথ

এজাক মাত্ৰ বৰষুণ! সেই বৰষুণ জাকতেই কৃত্ৰিম বানত বুৰ যায় নগাঁও জিলাৰ পুৰণিগুদামৰ এটা জনবহুল পথ৷নগাঁঁও জিলাৰ পুৰণিগুদাম আৰু ৰূপহীহাটকে ধৰি কে'বাখনো গাঁও সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ পুৰণিগুদাম ৰূপহীহাট সংযোগী গড়কাপ্তানী পথটোৰ কৃত্ৰিম বান বুৰ
Read More...

একেটা পথৰ নামত লাখ লাখ টকা আচনি আবন্টন দি লুণ্ঠন ওজাগাও গাওঁ পঞ্চায়তত ,পথৰ মাজত কঠিয়া ৰুই ৰাইজৰ…

দৰঙৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। পথ নিৰ্মাণৰ নামত বছৰে বছৰে লাখ লাখ টকা আবন্টন দি চলাই আছে লুণ্ঠন। গ্ৰামাঞ্চলৰ উন্নীতকৰণৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ ধন
Read More...

টঙনাত পুত্ৰই হত্যা কৰিলে পিতৃক

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা চাহ বাগিছাৰ ১৮নং লাইনত কালি এক লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হয় ৷ বাগিছাখনৰ ১৮ নং লাইনৰ জিতেন প্ৰজাক পুত্ৰই নিজ গৃহতে দাহেৰে ঘপিয়াই হত্যা কৰে ৷ পাৰিবাৰিক সংক্ৰান্তীয় কাৰণতে পুত্ৰ জগনাথ
Read More...

বকো বন বিভাগৰ বৃহৎ সফলতা: বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন ট্ৰাক জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ বনাঞ্চল ধ্বংস কাৰ্য অব্যাহত থকাৰ মাজতে এই বনধ্বংস ৰুধিবলৈ বনকৰ্মীয়েও অব্যাহত ৰাখিছে দিনে নিশাই অভিযান ৷ বিশেষকৈ বকোস্থিত শিংৰা বনাঞ্চলিকৰ বনৰক্ষী বাহিনীয়ে নিদ্ৰাহৰণ কৰিছে
Read More...

বকোত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়তে কোভিড প্ৰ’টকল ভংগ

চৰকাৰী দণ্ডাধিকাৰীয়ে প্ৰ'টকল গঢ়ে আৰু ভাঙে। ক'ৰোণা মহামাৰীৰ আতংকৰ বাবে চৰকাৰে ঘোষণা কৰিছে কোভিড প্ৰ'টকল।চৰকাৰী কোভিড প্ৰ'টকল অনুসৰি নিৰ্দিষ্ট জিলাত ১২ বজালৈ দোকান পোহাৰ তথা বজাৰ খুলা আৰু ১ বজাৰ পৰা সান্ধ্য আইন বলবৎ। ইফালে প্ৰশাসনৰ
Read More...

বাক্সাত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যবাহী সদস্য ঘনশ্যম দাসৰ

কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আজি বিটিচি প্ৰশাসনৰ কৃষি বিভাগে বাক্সা জিলাৰ মুছলপুৰত ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে আজি জিলাখনৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সভাগৃহত
Read More...

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছে হোজাইৰ ডবকাত৷ এইবাৰ ডবকাৰ দীঘল জাৰুণী গাঁৱত সংঘটিত হৈছে এই জঘণ্য ঘটনা।নিজ দেওৰেকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ এগৰাকী মহিলাৰ।মহিলা গৰাকী হৈছে তিনি সন্তানৰ মাতৃ।জনামতে বিগত ১০ বছৰ পূৰ্বে দীঘল জাৰুণীৰ আলা
Read More...

বিশ্বনাথ জিলাৰ চাহ বাগিছাত লকডাউন উলংঘা : অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিক্ৰিয়া

বিশ্বনাথ জিলাত কভিড অতিমাৰীৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে কালিৰে পৰা জিলাখনত এসপ্তাহ সম্পূৰ্ণ লক ডাউন দিয়া হৈছে যদিও চাহ বাগিচাসমুহ খুলিব দিয়াক লৈ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সভাপতি
Read More...

ইন্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ল পশ্চিম নলবাৰী চামতাৰ ৰাজদ্বীপ কাশ্যপ

এটি কনমানি শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  সাফল্যত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ পশ্চিম  নলবাৰীত।শিক্ষাৰ্থী গৰাকী হ'ল ৰাজদ্বীপ কাশ্যপ। পশ্চিম নলবাৰী অঞ্চলৰ খাটা-ৰূপীয়াবাথান গাঁও নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন
Read More...