Breaking

Browsing Category

অসম

শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিষদৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

দেশৰ জনগনে যাতে ক’ভিড প্ৰট’কল মানি চলিব পাৰে ৷তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ মন্ত্ৰীসকলক আহ্বান মোডীৰ ,কৰ’নাৰ তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ভেকচিন ল’বলৈ আহ্বান মোডীৰ ,লগতে মোডীয়ে কয় কৰ’নাৰ বিৰুদ্ধে হোৱা যুদ্ধখন এতিয়াও শেষ হোৱা নাই
Read More...

গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতা :এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে

গোলাঘাটত স্বাস্থ্য বিভাগত বিতৰ্কই  লগ এৰা নাই । পুনৰ অন্য এক বিতৰ্ক ঘেৰি ধৰিলে বিভাগটোক।  গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতাৰ বাবে হাৰাশাস্তি মুমূৰ্ষ ৰোগী। এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। চৰকাৰী সেৱাৰ পৰা বঞ্চিত সাধাৰণ
Read More...

দিল্লী ফেৰৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টিংখাঙত,অচিৰেই কেন্দ্ৰী‌‌য় কেবিনেটৰ…

পাঁচ দিনীয়া দিল্লী ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি কালি ডিব্ৰুগড়স্থ বাসভৱনত ৰাত্ৰি যাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে টিংখাঙত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতা, বিশিষ্ট সমাজ কৰ্মী,শিক্ষক তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৰাকীৰ
Read More...

BREAKING টকিঅ’অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ

দেশবাসীলৈ সন্মান, টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ, চান্দেই বিশ্ব ৰেংকিং কোটাৰ জৰিয়তে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন
Read More...

BREAKING কংগ্ৰেছ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি

কোনো অজ্ঞাত লোকৰ ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি,৮৬৩৮৮৭৩৫২০ নম্বৰৰ পৰা হত্যাৰ ভাবুকি ৰকিবুল হুছেইনক
Read More...

অখিলৰ গগৈৰ বিৰুদ্ধে ছিণ্ডিকেট,হানি ট্ৰেপিঙৰ লগত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান

পুনৰ কাৰাগাৰৰ পৰা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুকলি পত্ৰ প্ৰেৰণ কৰে৷ অখিলক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰাৰ অভিযোগ উত্থাপিত কৰি কয় যে, ‘মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে৷’ চানমাৰি থানাৰ গোচৰৰ শুনানি পলমৰ
Read More...

ডিব্ৰুগড় কোটোহাত গড়ৰ মুক্ত বিচৰণ

গড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গড় । কিছুদিনৰ পৰা এটা গড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । আজিও মৰাণৰ কোটোহা ভগামুৰত
Read More...

লাহৰীঘাটতো প্লাষ্টিকৰ চাউল

লাহৰীঘাটত সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল।এই ঘটনা সংঘটিত হৈছে লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত।সমবায় সমিতি খনৰ অন্তৰ্গত মাহদলা গাঁৱৰ সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ পৰা গাঁওখনৰে ৰমেশ দেওৰজা সহ কেইবাগৰাকীও লোকে আনিছিল সুলভ মূল্যৰ
Read More...

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷ লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা
Read More...