Breaking

Browsing Category

অসম

পশ্চিম নলবাৰীত কৃত্ৰিম বানৰ কবলত বহুকেইটা চৰকাৰী কার্য্যালয়

যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুনৰ ফলত পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কার্য্যলয় ,চামতা আৰক্ষী চকী ,চামতা বিএচ এন এলৰ কার্য্যালয়কে ধৰি চামতা পল্লাপথৰ পৰা চক্র বিষয়াৰ কার্য্যালয়লৈ অহা যোৱা পথটো সম্পূর্ন পানীৰ তলত বুৰ গৈ আছে ৷উল্লেখ যে
Read More...

টুপামাৰীত নিজ গৃহৰ পৰা নিৰুদ্দেশ ছাত্ৰ

কামৰূপৰ বকো সমষ্টিৰ  টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীৰ নতুন বদলা গাওঁৰ স্বাজাহান আলীৰ ১৪ বছৰীয়া পুত্ৰ মোস্তাফিজুৰ ৰহমান ওৰফে ছানিদুল যোৱা ২২/০৬/২০২১ ইং তাৰিখে নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ উপৰিও বিভিন্ন
Read More...

“কৰ’নাচে বাজতে হ’লে দূৰে দূৰে ৰহ’না” ঝুমুৰ গীতৰ লহৰে শ্ৰমিকক কভিড জয়…

চাহ-বাগিছাৰ শ্ৰমিক সমাজত কৰ'নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰাৰ সময়তে নাজিৰা মহকুমা প্ৰশাসনে সকলো শ্ৰমিকে উপলব্ধি কৰিব পৰাকৈ এটি গীতৰ এলবাম নাজিৰাৰ চিনাকি চাহ-বাগিচা সমূহৰ দৃশ্যায়নৰ মাজেদি দুদিন পূৰ্বে মুকলি কৰে । অঁনাতাৰ শিল্পী ভদ্ৰ
Read More...

মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৬ জুনৰ পৰা ৩০ জুনলৈ চিপিআইএমৰ পোষেকজোৰা আন্দোলনৰ অংশ হিচাপে আজি নলবাৰীৰ মুকালমুৱাত চিপিআইএমৰ কৰ্মী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মুকালমুৱাৰ বৰলিয়াপাৰত চিপিআইএম বৰক্ষেত্ৰী শাখাৰ কৰ্মী সকলে প্ৰতিকুল বতৰকো নেওচি
Read More...

চৰাইদেউৰ সাপেখাতীত চাওঁতালী ছাত্ৰ সন্থাৰ উদ্যোগত ১৬৬ তম হুল দিৱস উদযাপন

সদৌ অসম চাওঁতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু টিমন বৰটানি গাওঁৰ চাওঁতালী সকলৰ সহযোগত ১৬৬ তম হুল দিৱসটি কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুস্থুপীয়াকৈ দিনযোৰা কাৰ্য্যসূচীৰে আটাল বনুৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন
Read More...

নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত বালিৰ চিণ্ডিকেট

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় সম্প্ৰতি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) ভূপেন চন্দ্ৰ দাসৰ বিভিন্ন দুৰ্নীতি-অনিয়ম আৰু লুণ্ঠনৰাজৰ অঘোষিত কাহিনী
Read More...

লাহোৱাল সমষ্টিৰ বিধায়কৰ উদ্যোগত খনিকৰত বানাক্ৰান্তৰ বাবে সমূহীয়া কঠীয়া সিচাঁৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ মানকটা কৃষিচক্ৰৰ এলেকাস্থিত নিজ খনিকৰ গাৱঁৰ ৮হেক্টৰ মাটিত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত,ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত তথা প্ৰাগ নিউজৰ
Read More...

ছবছৰেও নিৰ্মাণ অসম্পূৰ্ণ,টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা

স্বাধীনতাৰ দহ বছৰৰ পাছতেই জাঁজীমুখৰ বিভিন্ন এলেকা আৰু বৃহত্তৰ ৰজাবাৰী অঞ্চল সামৰি স্থাপন হৈছিল এখন ৰাজ্যিক পশু চিকিৎসালয় ।পৰবৰ্তী সময়ত টীয়কৰ সুসন্তান তথা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাই ইয়াৰ আন্তঃ গাঁথনি উন্নীত কৰিলে । চিকিৎসক সহায়কৰ
Read More...

ওৰাঙৰ ধনশ্ৰী চাহ বাগিচাত ২০ কিলো গাঞ্জা সহ এজনক গ্ৰেপ্তাৰ মাজবাট আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং মৌজা এলেকাৰ  ধনশ্ৰী চাহ বাগিছাত ২৯জুনত ৰাতিপুৱা ৫ মান বজাত ২০ কিলোগ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰিছে মাজবাট আৰক্ষীয়ে । মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জনোৱা মতে ওৰাং মৌজা এলেকাৰ মাজবাট
Read More...

বজাৰৰ মাজতে এগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্মমভাৱে প্ৰহাৰ: নীৰৱ দৰ্শক ৰাইজ, ভিডিঅ’ ভাইৰেল।

অভয়াপুৰীত মাতব্বৰ এটাই এগৰাকী মহিলাক সকলোৰে সন্মুখত সম্পূৰ্ণ বিবস্ত্ৰ কৰি গুৰলা গুৰুলকৈ প্ৰহাৰ কৰে। মহিলাক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে এজন মাতব্বৰে ৷ এগৰাকী মহিলাক বিবস্ত্ৰ (Woman Stripped Off) কৰি বজাৰৰ মাজত
Read More...