Breaking

Browsing Category

অসম

চলিত মাহত ওদালগুৰি মহকুমাত নিৰাপত্তাৰক্ষীৰ ৭টা বৃহৎ সফলতা

চলিত জুন মাহত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ক্ৰমাৎ এটাৰ পাছত আনটো সফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় সাতটাকৈ অভিযানত ওদালগুৰি জিলা আৰক্ষী প্ৰশাসনে জব্দ কৰে বৃহৎ সংখ্যক সুৰা, গাঞ্জাকে ধৰি হেৰ‌'ইন জাতীয় নিচাযুক্ত সামগ্ৰী। অভিযানৰ
Read More...

বকোৰ তামুলদি গাওঁৰ গাওঁবুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বনত অঞ্চলজুৰি স্বস্তিৰ নিশ্বাস

এগৰাকী চৰকাৰী গাওঁবুঢ়াৰ স্বেচ্চাসাৰী কাৰ্য্য কালাপ আৰু হিটলাৰী শোষণত অতিষ্ঠ হৈ গাওঁ খনৰ একাধিক সামাজিক ব্যক্তিয়ে গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত
Read More...

হাত জোকাৰি বিদায় দিলে মাতৃয়ে ! মৰিয়নীৰ পৰা গুৱাহাটীলৈ ৰাওনা অখিল গগৈ

মৰিয়নীৰ চেলেং লুখুৰাখন গাঁৱৰ পৰা বিয়লি ৩ বজাত গুৱাহাটী অভিমুখে ৰাওনা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চকুলো টুকি অখিলক বিদায় জনায় মাতৃ প্ৰিয়দা গগৈৰ লগতে গাঁওবাসীয়ে। যোৰহাট জিলাৰ লগতে মৰিয়নী সমষ্টিৰ বহুসংখ্যক লোকে অখিল গগৈ ঘৰৰ পৰা
Read More...

ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ,প্ৰদূষণমুক্ত আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াস

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়া কৰণৰ পদক্ষেপ গ্ৰহন কৰা আঁচনিৰ অধীনত চলি থকা বৃক্ষ ৰোপনে প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টিত এক মাইলৰ খুটি হিচাপে চিহ্নিত হ’ব মন্তব্য কৰিছে "মোকছা"ই৷ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ
Read More...

খানামুখত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান : নথিপত্ৰ বিহীন পাইন কাঠভৰ্ত্তি ট্ৰাক…

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চালান বিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভৰ্ত্তি বাৰচকীয়া  ট্ৰাক জব্দ কৰে। জব্দ কৰা কাঠখিনীৰ পৰিমাণ
Read More...

বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা উন্নতমানৰ ধানৰ কঠীয়াৰ সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ

 বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা ২০২১-২২ৰ অধীনত ধানৰ কঠীয়া উৎপাদনৰ বাবে  পানবাৰী নিগমত আৰম্ভ কৰা সমূহীয়া নাৰ্চাৰীৰ আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা
Read More...

সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত ৰঙিয়াত প্ৰতিবাদ

সংযুক্ত কৃষক মৰ্চাই শনিবাৰৰ দিনটোত দেশজুৰি গণতন্ত্ৰ ৰক্ষা দিৱস পালনৰ আহ্বান জনাইছিল আৰু দেশৰ শ্ৰমিক সংগঠন সমূহে ইয়াক সমৰ্থন জনাইছিল। ২৬ জুন তাৰিখটো নিৰ্ধাৰণৰ তাৎপৰ্য হ'ল - ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা ৰাতি ১২ বজাত দেশৰ তদানীন্তন প্ৰধান
Read More...

এশ বছৰ গঢ়কা দেৰগাঁও স্বৰ্ণলতা পোছাক ভাণ্ডাৰত হাহাকাৰ অৱস্থা

কৰ'নাৰ ভয়াবহতাৰ বাবেই আজি অসমৰ নামঘৰ, ভাওনাৰ পোছাক ঘৰ আদিত নিমাওমাও পৰিবেশ।অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ সাংস্কৃতিক স্বভিমান ভাওঁনা। তাৰ বাবে ভাওনাৰ লগত জড়িত শিল্পী কলা-কুশলী সকল সকলো ক্ষেত্ৰতে জুৰুুলা হৈ পৰিছে। এশ বছৰ গঢ়কা
Read More...

দৈপাম আৰক্ষী বিষয়াৰ নিৰ্মম প্ৰহাৰত আহত ৭ বছৰীয়া শিশু

আৰক্ষী চকীত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দল সংগঠনৰ । এজেহাৰ দাখিল ভোক্তভোগী পৰিয়ালৰ । যি সময়ত ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে শিশু নিৰ্যাতন বন্ধ কৰিবলৈ সহৰহ চেষ্টা চলাইছে । তেনে সময়ত এগৰাকী  আৰক্ষী বিষয়াই
Read More...

বৰপেটাত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা : বিভিন্ন আঁচনিৰ পৰ্যালোচনা

ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আজি বৰপেটা জিলাৰ ক’ভিড ১৯ সংক্ৰমণৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰে মোকাবিলাৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনত সম্ভাৱ্য বানপানীৰ ব্যৱস্থাপনাৰ
Read More...