অসম

আন্তঃমহাবিদ্যালয় দবা চেম্পিয়নশ্বিপত জিলিকি উঠিল গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্বাৱধানত গুৱাহাটীৰ ফটাশিল আমাবাৰীত আৰ জি বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী অন্তৰা ভট্টাচাৰ্যয়ে ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ...

১৭-১৮ ফেব্ৰুৱাৰীত গুৱাহাটী স্পিক-মেকে-ৰ “শ্ৰুতি অমৃত” কাৰ্যসূচী…

অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ছ'চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ এমংষ্ট ইউথ (SPIC MACAY)ৰ সহযোগিতাত ১৭-১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচী “শ্ৰুতি...

নবীন বুঢ়াগোহাঞিৰ কবিতা-‘প্ৰাক্তন প্ৰেমিকাবোৰ বুঢ়ী হৈ গ’ল’

প্ৰস্তাৱনা: প্ৰেম এক জৈৱিক উদ্যোগৰঙা-নীলা-হালধীয়া বৰণএছাৰকণি মাৰে প্ৰত্যেক প্ৰেমিকককোনও নিপিন্ধাকৈ থাকিব পৰা নাই প্ৰেমৰ জিন্‌জিৰিয’তেই মই নাথাকো মোৰ গাত আপোনা-আপুনি পৰেহি পখিলা!তেতিয়া কোৱা হয় প্ৰেম...

ডিগবৈ বগাপানীত ৰে’লৱে চলোৱা উচ্ছেদ অভিযানৰ পিছত ব্যাপক হুলস্থুল

তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত বগাপানী স্থানীয় অঞ্চলত ১৫ ফেব্ৰুৱাৰীৰ পুৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উচ্ছেদ অভিযানত বাধা দিবলৈ চেষ্টা কৰা স্থানীয় লোকক নিৰাপত্তা বাহিনীয়ে...

উত্তৰ গুৱাহাটীত অৱস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সমাধি ক্ষেত্ৰত ৮৭তম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ পৰিচালনা সমিতি আৰু উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত বিষ্ণুতীৰ্থ অশ্বক্লান্ত দেৱালয়ত আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৮৭তম...

Popular