Breaking

Browsing Category

অসম

শ্বোহামৰ চিই’ সন্দীপ জালান নিৰুদ্দিষ্ট

মহানগৰীৰ শ্বোহামৰ মুখ্য কার্যবাহী বিষয়া তথা প্রতিষ্ঠিত ব্যৱসায়ী সন্দীপ জালান কালিৰে পৰা সন্ধানহীন হৈ আছে৷ প্রাপ্ত খবৰ অনুসৰি কালি বিয়লি খোজ কাঢ়িবলৈ ঘৰৰ পৰা ব্যৱসায়ীজনে ওলাই আহে যদিও নিশা পর্যন্ত তেওঁ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে
Read More...

নতুন উদ্যমেৰে পৰিচালনা কৰাৰ সংকল্প উৎপল–মণিকাৰ

ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৭৫গৰাকী অশীতিপৰ আইতাৰ আশ্রয়স্থল হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসত যোৱা কিছুদিন ধৰি চলি থকা বিতর্কক লৈ আইতাসকলৰ অধিকাংশই তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ মাদাৰ বৃদ্ধাৱাসৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকা
Read More...

ৰাজ্যিক বিজেপিলৈ সতৰ্কবাণী তৃণমূল কৰ্মীৰ : প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিজেপি গমনৰ কুচ-কাৱাজত…

 কেন্দ্ৰীয় নেতৃত্বৰ বঞ্চনাৰ বেদনা মাৰ নৌ যাওঁতেই পুনৰ মাজুলীবাসীৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিছে ৷ মাজুলীবাসীৰ অতিকৈ মৰমৰ তথা হিয়াৰ আমঠু সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণৰ পূৰ্বেই তৃণমূল কৰ্মীৰ আবেগ অনুভূতিত মোক্ষম
Read More...

ৰেলযাত্ৰীলৈ সুবিধা,গুৱাহাটী জম্মু তবীলৈ চলিব দুখন সাপ্তাহিক ৰেল

উত্তৰ পূব সীমান্ত ৰেলৱেই চলিত জুন আৰু জুলাই মাহৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত  গুৱাহাটী আৰু জম্মু তবীৰ মাজত দুখন সাপ্তাহিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দই এই
Read More...

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ !প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ! অনাগত ৫ দিনত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা, সেমেকা বতৰৰ লগতে হ’ব বিজুলী ঢেৰেকনি, অসম আৰু মেঘালয়ত বজ্ৰপাত হোৱাৰ সম্ভাৱনা, এই ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ
Read More...

২ টা পিষ্টলসহ যুৱকক আটক বোকাজানৰ খটখটী আৰক্ষীৰ

বোকাজানৰ খটখটী আৰক্ষীৰ জালত দুটা পিষ্টল সহ যুৱক । বোকাজানৰ SDPO জন দাস , বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে পিষ্টল দুটা । বোকাজান আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত এজন যুৱকক
Read More...

সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷

মৰিগাঁৱৰ ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷ জানিব পৰা মতে কালি সন্ধিয়া ৬ মান বজাত ৭ জন বন্ধুৰ সৈতে মৰিগাঁও নগৰৰ পৰা ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈছিল নিলম নাথ। কিন্তু গা ধুৱা অৱস্থাতে ৰহস্য জনক ভাৱে
Read More...

মাডাৰ্ছ অ’ল্ড এজ হােমত সৃষ্টি হােৱা বেমেজালিৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বৃদ্ধাৱাসখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক
Read More...

পশ্চিম নলবাৰীৰ এটি ছয় বছৰীয়া শিশুৰ কৰুণগাঁথা,বেলশৰত অনাথ শিশুৰ দায়িত্ব ললে আছুৱে

২৪জুন  এটি অনাথ শিশুৰ কৰুণ গাঁথাই ম্ৰিয়মান কৰিতুলিছে  পশ্চিম নলবাৰীৰ সৰ্বস্তৰৰ লোকক। প্ৰতি গৰাকী হৃদয়মান লোকৰে  অন্তৰ চুই গৈছে  শিশুটিৰ কৰুণ  ঘটনাই।     প্ৰাক শৈশৱ কালতে মাক দেউতাকক হেৰুৱা   ঘাট মাউৰা ছয় বছৰীয়া  দেৱশিশুটি  হ'ল গৌৰব
Read More...

বিটিআৰ চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ : মাজবাট উন্নয়ন খন্ডত আজিও নাই খন্ড উন্নয়ন বিষয়া

পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়ো চৰকাৰ ।আজে বাজে বাদ দিয়ক টেক্টৰ ছবিত ভোট দিয়ক ।ইত্যাদি সু মধুৰ শ্লোগানেৰে ৰাইজৰ পদুলিয়ে পদুলিয়ে ভোট ভিক্ষা কৰি অবশেহত নিৰ্বাচনী বৈতৰণী পাৰ হৈ বিজেপি আৰু জি এছ পিৰ সহযোগত প্ৰমোদ বড়োই বিটিআৰ চৰকাৰ গঠন কৰিবলৈ
Read More...