Breaking

Browsing Category

অসম

আজি গোগামুখলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাঃ উদ্বোধন কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ অভিলাষী অতিথিশালা

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ গোগামুখলৈ আহিব মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ গোগামুখ চেতিয়া গাঁৱত  মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত অভিলাষী অতিথিশালা উদ্বোধন কৰিব আৰু বিধায়ক
Read More...

খেতি পথাৰৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম গৰু-ম’হৰ হালেৰে মাটি চহোৱাৰ মাদকতা

হালৰ গৰু- ম'হ হাল হ'ল কৃষক সকলৰ এক এৰাব নোৱাৰা সম্পদ।যাৰ অৱৰ্তমানত কৃষকৰ ঘৰ-পৰিয়াল চলাই নিয়াৰ যেন কল্পনাই কৰিব নোৱাৰি। ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।যি সকলৰ অৰ্থনীতিৰ মূল বুুুনিয়াদ হিচাপে হালৰ গৰু- ম'হ হালৰ কথাকেই
Read More...

কলাগুৰুৰ সমাধিত নৃত্য-গীতৰ দ্বাৰা একাজলী শ্ৰদ্ধাঞ্জলি

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ মৃত্যু তিথিত তেখেতৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কলাগুৰুৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰ সমস্তিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই। লগতে সহযোগ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেন চন্দ্ৰ দাসে।
Read More...

দলং নিৰ্মাণৰ দাবীত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ…

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত বালিজানত থকা ভগা দলং নিৰ্মাণৰ দাবীত
Read More...

গুৱাহাটীক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ আৰক্ষী, SOGৰ অভিযানত ড্ৰাগছসহ জালত পৰিল এজন

মিছন ড্ৰাগছমুক্ত অসমক লৈ তৎপৰ অসম আৰক্ষী। এই মিছনক বাস্তৱ ৰূপ দিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰণচালি অব্যাহত ৰাখিছে। ড্ৰাগছ নামৰ এই মাৰাত্মক বৰবিহবিধক সমূলি নিঃশেষ কৰিবলৈ পশ্চিম গুৱাহাটী আৰক্ষী জিলাত গঠন কৰা স্পেচিয়েল অপাৰেশ্যন
Read More...

ৰাজ্যৰ বহু ঠাইত ক’ৰোনাৰ উদ্বেগজনক পৰিস্থিতি ! ৭ দিনলৈ বেবেজীয়াৰ দৈনিক বজাৰ বন্ধ ঘোষণা জিলা…

নগাঁও জিলাত অতিমাৰী কভিড-১৯ৰ সংক্ৰমণ অনিয়ন্ত্ৰিত ৰূপত আছে। আজি নগাঁও জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি জিলা খনত শুক্ৰবাৰ পৰ্যন্ত মুঠ ১৪ হাজাৰ ৬৪১ গৰাকী ব্যক্তি কভিড-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত আৰোগ্য হৈ উঠিছে
Read More...

এজনৰ পিছত আনজনে কৰিছে দল ত্যাগ:বিপৰ্যয়ৰ কথা স্বীকাৰ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

বিধানসভা নিৰ্বাচনত মহাজোঁট গঠন কৰিও পৰাজয়বৰণ কৰা কংগ্ৰেছত এতিয়া ব্যাপক খহনীয়া ৷ শীৰ্ষ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি এজনৰ পিছত আনজন ৰাজনৈতিক নেতাই কংগ্ৰেছ ত্যাগ কৰি ঢাপলি মেলিছে বিজেপিলৈ৷ দল ত্যাগ কৰা প্ৰতিজন কংগ্ৰেছীৰে ক্ষোভ দলৰ শীৰ্ষ
Read More...

বিশ্বজুৰি গৃহহীনৰ সংখ্যা ৮ কোটি ২০ লাখলৈ বৃদ্ধি

ক’ৰোনা ভাইৰাছ মহামাৰী সত্ত্বেও বিশ্বজুৰি ঘৰ এৰি পলায়ন কৰা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মহামাৰীৰ মাজতো সংঘর্ষজর্জৰিত আৰু দুর্ভিক্ষাক্রান্ত দেশসমূহৰ পৰা লাখ লাখ লোকে চলিত বর্ষটোত প্রতিৱেশী ৰাষ্ট্রলৈ বা গৃহভূমিতে নিৰাপদ স্থানলৈ
Read More...

কৃষি বিপ্লৱৰ জৰিয়তে খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰি স্বাৱলম্বী হোৱাৰ অংগীকাৰ।

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ বেদখলকৃত ভূমিত বহুমুখী কৃষি প্ৰকল্প গঢ়াৰ প্ৰাৰম্ভিক চিন স্বৰূপে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ
Read More...

চেন্নাই চিৰিয়াখানাত ৪ টা সিংহৰ দেহত ডেল্টা প্রকৰণৰ ক’ৰোনা

চেন্নাইৰ আৰিগনাৰ আন্না চিৰিয়াখানাত ক’ভিড-১৯ ৰ ফলত দুটা সিংহৰ মৃত্যু হোৱাৰ এসপ্তাহৰ পিছত, চাৰিটা সিংহৰ দেহত ক’ভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টৰ (বি.1.617.2) পজিটিভ পোৱা গৈছে। আৰিগনাৰ আন্না চিৰিয়াখানাই ক’ভিডৰ পৰীক্ষাৰ বাবে ১১ টা সিংহৰ নমুনা
Read More...