Breaking

ACAৰ বেনাৰত অসমীয়া ভাষাৰ শ্ৰাদ্ধ…

0 184

ACAৰ বেনাৰত অসমীয়া ভাষাৰ শ্ৰাদ্ধ!

ভুল অসমীয়া শব্দৰে আঁৰিলে টিকটৰ নিয়মাৱলীৰ বেনাৰ৷

প্ৰৱেশদ্বাৰত নীতি-নিয়ম সন্দৰ্ভত লগোৱা বেনাৰত অজস্ৰ ভুল৷

ICCৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছিল বেনাৰখন৷

ACAৰ বিষয়ববীয়াৰ চকুত নপৰিল ভুলসমূহ৷ অসমীয়া ভাষাৰ অপমানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া৷

Leave A Reply