Breaking

বাতিল হ’ল কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া।

0 509

বাতিল হ’ল কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া।

কোনেও অংশগ্ৰহণ নকৰিলে নিলাম প্ৰক্ৰিয়াত।

গুৱাহাটী, ১৭ জুন:বাতিল হ’ল কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া৷কোনেও কাগজ কল দুটা নিলামত ক্ৰয় কৰিবলৈ আগবাঢ়ি নহা বাবেই বাতিল হৈ যায় বিক্ৰী কৰিবলৈ লোৱা নিলাম প্ৰক্ৰিয়া৷

নিলামৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কল দুটা ক্ৰয় কৰাৰ বাবে নিলাম প্ৰক্ৰিয়াত কোনেও অংশ গ্ৰহণ নকৰিলে৷যোৱা ১ জুনত লিকুৱেটৰ কুলদীব বাৰ্মাই কল দুটা নিলামৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল৷

১৫ জুনৰ সন্ধিয়া ৬ বজালৈ আছিল আৰ্নেষ্ট মানি জমা দিয়াৰ অন্তিম সীমা৷জমা নিদিলে আৰ্নেষ্ট মানিৰ ৫৫ কোটি টকা৷কিন্তু কোনেও জমা নিদিলে আৰ্নেষ্ট মানিৰ ৫৫ কোটি টকা৷১৫ জুনৰ ভিতৰত আৰ্নেষ্ট মানি ৫৫ কোটি টকা জমা নিদিয়াৰ বাবেই বাতিল হ’ব লগা কল দুটাৰ নিলাম প্ৰক্ৰিয়া৷

Leave A Reply