ঈদত গো কোৰবানী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ

ঈদত গো কোৰবানী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ

জমিয়ত উলেমাৰ সভাপতি হিচাপে ইছলামধৰ্মী ৰাইজলৈ এই আহ্বান আজমলৰ

‘ভাৰতৰ অধিকাংশ লোক সনাতন ধৰ্মী’

‘সনাতন ধৰ্মত গৰু এবিধ পূজনীয় জন্তু’

‘গাই গৰুক এই দেশৰ ৰাইজে মাতৃসম জ্ঞান কৰে’

সেয়ে কোৰবানীত গৰুৰ সলনি বিকল্প জন্তু ব্যৱহাৰ কৰিবলৈ আহ্বান আজমলৰ

‘এনে জন্তু কোৰবানী দিয়ক য’ত ধৰ্মীয় কৰ্তব্যও আদায় হয়, কাৰো অনুভূতিতো আঘাত নপৰে’

Related Articles